--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিদেশী ষ্টাইকাৰ আলাউদ্দিন আজাৰায়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগত (আই এছ এল) দলে খেলা প্ৰথম পাঁচখন মেচৰ আটাইকেইখনতে গল কৰি অনন্য গৌৰৱ অৰ্জন কৰাৰ লগতে লীগৰ পূৰ্বৰ অভিলেখ ভংগ কৰাৰ দিশে আগবাঢ়িছে৷ 

Alaeddine Ajaraie - Player profile 24/25 | Transfermarkt

মৰক্কোৰ তাৰকাগৰাকীয়ে যদি পৰবৰ্তী মেচতো গল কৰিবলৈ সক্ষম হয় তেন্তে আই এছ এলত দহ বছৰ পূৰ্বে এলানো ব্লুমাৰে গঢ়া অভিলেখ স্পৰ্শ কৰিব৷

উল্লেখ্য যে আই এছএলৰ উদ্বোধনী বৰ্ষত চেন্নাইয়ান এফ চিৰ ব্ৰাজিলিয়ান ফৰ’ৱাৰ্ড ব্লুমাৰে ক্ৰমাগত প্ৰথম ছখন মেচত গ’ল কৰি অভিলেখ গঢ়িছিল তেওঁ৷ ছয়খন মেচত ব্লুমাৰৰ গ’লৰ সংখ্যা আছিল আঠটা৷ 

Alaeddine Ajeraie is joining... - Superpower Football | Facebook

নৰ্থ ইষ্ট ইউনাইটেডত যোগ দি প্ৰথমবাৰৰ বাবে আইএছএল খেলা আলাউদ্দিনে ইয়াৰপূৰ্বে ডুৰাণ্ড কাপৰ ছেমিফাইনেলত লাজং এফ চি আৰু ফাইনেলত মোহন বাগানৰ বিৰুদ্ধেও গল কৰি দল প্ৰথমটো ট্ৰফী জয়ত মুখ্য ভূমিকা লৈছিল৷ সেই পৰিসংখ্যাৰে চালে যোৱা সাতখন মেচতে ক্ৰমাগত গল কৰিছে দুৰন্ত ষ্ট্ৰাইকাৰগৰাকীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ