--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পেট্ৰ’ল-ডিজেলৰ জুই চাই দামবৃদ্ধিত ক্ষোভিত দেশবাসী! শতকৰ ঘৰ পাৰ হোৱা পেট্ৰ’ল-ডিজেলৰ বৰ্ধিত মূল্য ই এতিয়া যেন পৰা কৰিব সকলো সীমা৷ ৰাজ্যত কেতিয়াবা যদি চৰকাৰ বিৰোধী শ্ল’গান, আন কেতিয়াবা আকৌ চাইকেল চলায় অভিনৱ প্ৰতিবাদ৷ তথাপি যেন ৰজাঘৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাই প্ৰতিবাদৰ কণ্ঠই৷ মুঠতে পেট্ৰ’ল-ডিজেলৰ দামবৃদ্ধিত জৰ্জৰিত হৈ পৰিছে জনতা৷

এইবাৰ মধ্যপ্রদেশত সৰ্বাধিক হৈছে পেট্র’ল-ডিজেলৰ দাম। মধ্যপ্রদেশত আজি প্ৰতিলিটাৰ পেট্র’লৰ মূল্য হ’লগৈ ১২০টকা, ডিজেলত ১০৯টকা অতিক্রম৷ দিল্লীতো পেট্র’লৰ ১০৮ টকা অতিক্রম৷ মহাৰাষ্ট্রত পেট্র’লে ১১৭টকা অতিক্রম কৰে৷ সেই একে ছবি অসমতো দেখাবলৈ পোৱা গৈছে৷

ৰাজ্যখনৰ মাজুলীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৭ টকা হ’লগৈ৷ গুৱাহাটীত পেট্ৰ’লৰ দাম ১০৪.৬৫ টকা৷ আনহাতে, গুৱাহাটীতো ডিজেলৰ দাম ৯৭.২৪ টকা৷ ডিজেলৰ দামেও শতকৰ ঘৰ স্পৰ্শ কৰাৰ দিশে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ