--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শনিবাৰৰ দিনটোৰ আছে বিশেষ মহত্ব। এই দিনটোত বহুতে মানি চলে। বিশ্বাস মতে শনিবাৰে কৰিব নালাগে কিছুমান কাম, যি কামৰ দ্বাৰা শনিদেৱ অসন্তুষ্ট হয়। 

১/ শনিবাৰে লোৰ কোনো বস্তু ক্ৰয় কৰিব নালাগে। ৰজা বিক্ৰমাদিত্যই শনি দেৱতাক এখন লোৰ আসন দিছিল৷ যাৰ বাবে শনিদেৱতা ক্ৰূধিত হৈ ৰজা বিক্ৰমাদিত্যক বক্ৰদৃষ্টিৰে চাইছিল। তেতিয়াৰপৰাই শনিবাৰে লো ক্ৰয় কৰাটো অশুভ বুলি মনা যায়। কিন্তু শনিবাৰে লোৰ বস্তু দান কৰিলে শনিদেৱ প্ৰসন্ন হয় আৰু শুভ ফল পায়। 
২/ শনিবাৰে ছাল বা ছালেৰে তৈয়াৰী বস্তু যেনে, জোতা, বেল্ট, পাৰ্চ আদি ক্ৰয় কৰিব নাপায়। যদি ক্ৰয় কৰে আপোনাৰ সফলতাত বাধা আহিব পাৰে।
৩/ শনিবাৰে যিকোনো তেল ঘৰলৈ আনিব নাপায়। শনিবাৰে ঘৰলৈ তেল আনিলে ঘৰলৈ দুখ কষ্ট বা বেমাৰ-আজাৰ আহিব পাৰে।
৪/ শনিবাৰে কয়লা অনাটো বৰ্জিত মনা হয়। কোনো প্ৰকাৰৰ ইন্ধন ঘৰলৈ আনিব নালাগে। এনে কৰিলে আপোনাৰ ঘৰখনত অশান্তি হয়। 
৫/ শনিবাৰে ঝাড়ু ক্ৰয় কৰিব নালাগে। এইবাৰে অনা ঝাড়ুৱে ঘৰ ধ্বংস কৰে। 
৬/ শনিবাৰে ক’লা তিল ক্ৰয় কৰাটো বৰ্জিত মনা হয়। শনিবাৰে ক’লা তিলৰ আগমনে শনিদেৱৰ আগমনৰ সমান হয়।
৭/ শনিবাৰে নিমখ ক্ৰয় কৰিব নালাগে, শনিবাৰে অনা নিমখ ঘৰলৈ বেমাৰ-আজাৰ আনে।
৮/ শনিবাৰে চিয়াঁহী আনিব নাপায়। যদি আনে এয়ে কলংক হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ