--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বেছিভাগ লোকৰে দিনটো আৰম্ভ হয় একাপ চাহেৰে। সেয়েহে চাহ প্ৰায়ভাগ লোকৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। আজিৰ সময়ত ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ বাবে মানুহে পৰ্যাপ্ত সময় নাপায়৷

ডিজিটেল ডেস্ক : বেছিভাগ লোকৰে দিনটো আৰম্ভ হয় একাপ চাহেৰে। সেয়েহে চাহ প্ৰায়ভাগ লোকৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। আজিৰ সময়ত ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ বাবে মানুহে পৰ্যাপ্ত সময় নাপায়৷ সাধাৰণ ধৰণে চাহ বা গ্ৰীন টী বনাবলৈ অলপ সময় লাগে, সেয়ে এই সময় কম কৰিবলৈ মানুহে টী বেগ ব্যৱহাৰ কৰে৷ কিন্তু আপুনি জানেনে যে টী বেগ ব্যৱহাৰ কৰাটো শৰীৰৰ বাবে অতি বিপজ্জনক হ’ব পাৰে৷ ইয়াৰ সেৱনে কেঞ্চাৰৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে৷


 টী বেগৰ চাহে শৰীৰৰ কেনেদৰে ক্ষতি কৰে জানো আহক-

১. টী বেগত অতিৰিক্ত কেফেইন থাকে, যি শৰীৰৰ বাবে অতি ক্ষতিকাৰক

২. টী বেগৰ অত্যধিক ব্যৱহাৰে তেজৰ গ্লুক’জ বৃদ্ধি পাব পাৰে

৩. টী বেগত থকা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থই শৰীৰৰ ক্ষতি কৰাৰ সমান্তৰালকৈ কেঞ্চাৰৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

৪. টী বেগত মাইক্ৰ'প্লাষ্টিক অধিক পৰিমাণে থাকে, যেতিয়া টী বেগ গৰম পানীত ডুবাই দিয়া হয় তেতিয়া মাইক্ৰ’প্লাষ্টিক বাহিৰ হৈ পানীত মিহলি হৈ পৰে, যি আমাৰ শৰীৰত প্ৰৱেশ কৰি বিভিন্ন মাৰাত্মক ৰোগৰ সম্ভৱনা বৃদ্ধি কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ