--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাইদুজৰ দিনা ভগৱান চিত্ৰগুপ্তৰ পূজা কৰা হয়। এই দিনটোক যম দ্বিতীয়া বুলিও কোৱা হয়।এই দিনটো কিয় বিশেষ জানো আহক। কাতি মাহৰ শুক্ল পক্ষৰ দ্বিতীয় দিনা ভাইদুজ উৎসৱ পালন কৰা হয়। এই দিনটোক যম দ্বীতীয়া নামেৰেও জনা যায়। এই দিনটোত ভগৱান চিত্ৰগুপ্তৰো পূজা কৰা হয়।

এক পৌৰাণিক কাহিনী অনুসৰি ভগৱান চিত্ৰগুপ্তৰ জন্ম হৈছিল ভগৱান ব্ৰহ্মৰ মনৰ পৰা। ভগৱান চিত্ৰগুপ্তক দেৱতাৰ হিচাপ-নিকাচক আৰু যমৰ সহায়ক বুলি কোৱা হয়। ভগৱান চিত্ৰগুপ্তই মানুহৰ ভাল-বেয়া কামৰ হিচাপ ৰাখে। সেইবাবেই কোৱা হয় যে মানুহে নিজৰ কৰ্ম অনুযায়ী ফলাফল পায়। সেইবাবেই তেওঁক যমৰাজৰ সহায়ক বুলিও কোৱা হয়।

ভগৱান চিত্ৰগুপ্তক কায়স্থ সম্প্ৰদায়ৰ লোকে পূজা কৰে। চিত্ৰগুপ্তক কায়স্থ সম্প্ৰদায়ৰ পূৰ্বপুৰুষ বুলি গণ্য কৰা হয়। ভাইদুজৰ দিনটোত চিত্ৰগুপ্তৰ প্ৰথম পূজা কৰা হয়। আজিৰ দিনটোতে যমে ভগ্নী যমুনাৰ পৰা বৰ লাভ কৰিছিল। ভনীয়েকসকলৰ পৰা আজিৰ দিনটোত কপালত তিলক লগাই ভনীয়েকসকলে প্ৰস্তুত কৰা আহাৰ গ্ৰহণ কৰি ভাতৃৰ অকাল মৃত্যুৰ আশংকা দূৰ কৰে। সেয়েহে ভাইদুজৰ দিনটোত যমৰ লগতে ভগৱান চিত্ৰগুপ্তৰ পূজা কৰা হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী