--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
২৪ফেব্ৰুৱাৰী,২০২২, বুধবাৰ মেষ ৰাশি: প্ৰেমত শুভ। ব্যৱসায়ত ক্ষতি। পৰিয়ালত শান্তি বৰ্তি থাকিব। বৃষ ৰাশি: কামক লৈ চিন্তা। প্ৰেমত হতাশা। আয় বৃদ্ধি৷ শিক্ষাৰ্থীৰ শুভ৷ মিথুন ৰাশি: বিয়াৰ খবৰ আহিব। পৰিয়ালত মনোমালিন্য। স্বাস্থ্যত শুভ। ভ্ৰমণত শুভ। কৰ্কট ৰাশি: ব্যয় বৃদ্ধি৷ সিদ্ধান্ত ভাবি-চিন্তি লওক। কামত শান্তি৷ প্ৰেমত মধ্যম। সিংহ ৰাশি: ব্যৱসায়ত শুভ ফল লাভ৷ কৰ্মব্যস্ততা বাঢ়িব৷ প্ৰেমত কাজিয়া। ভাল খাদ্য খোৱাৰ সুযোগ। কন্যা ৰাশি: চিন্তা বাঢ়িব৷ প্ৰেমত সন্দেহ আঁতৰিব৷ বন্ধুক লগ পাব। স্বাস্থ্যত শুভ। তুলা ৰাশি: প্ৰেমত মনোমালিন্য৷ ব্যৱসায়ত শুভ। পৰিয়ালত শান্তি৷ শিক্ষাৰ্থীৰ মধ্যম। বৃশ্চিক ৰাশি: স্বাস্থ্যত শুভ৷ পৰিকল্পনা বাস্তৱ হʼব। । খৰচ বৃদ্ধি। বন্ধুৰ সৈতে সংযোগ। ধনু ৰাশি: কামত কষ্ট বাঢ়িব৷ প্ৰেমত সন্দেহ৷ পেটৰ অসুখ হ'ব পাৰে৷ পৰিয়ালত সুখ বৃদ্ধি। মকৰ ৰাশি: কৰ্মক্ষেত্ৰত প্ৰশংসা৷ প্ৰেমত শুভ৷ ভ্ৰমণত শুভ। আয় বৃদ্ধি। কুম্ভ ৰাশি: ব্যৱসায়ত ফল পাব৷ পৰিয়ালৰ লগত সম্পর্ক মধুৰ হৈ থাকিব৷ অশান্তি আঁতৰিব৷ মীন ৰাশি: দিনটো ভালেৰে যাব। প্ৰেমত শুভ। ঘৰলৈ নতুন বাহন আহিব। মনৰ শান্তি বৃদ্ধি। আৰু পঢ়কঃ ‘মই ঘৰ এৰি গুচি যাম’!কংগনাৰ লগত বেছি হলিগলি কৰোতে অজয়ক ধমকি দিছিল কাজলে

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement