--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ থকা দুখন টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল ২৭ ছেপ্টেম্বৰ শুকুৰবাৰে অনুষ্ঠিত খেলখন চলিথাকোতে দুই দেশৰ অনুৰাগীৰ মাজত মনোমালিন্যৰ সৃষ্টি হয়৷ আৰু এজন বাংলাদেশী সমৰ্থক ভাৰতীয় অনুৰাগীৰ প্ৰহাৰত গুৰুতৰভৱে আঘাত প্ৰাপ্ত হয়। 

জানিব পৰামতে প্ৰতক্ষ্য দৰ্শিসকলে দাবী কৰে যে তেওঁ ভাৰতীয় খেলুৱৈক গালি-গালাজ কৰিছিল তাৰ পাছতেই এই ঘটনা সংঘটিত হৈছে।
যোৱা কেইবছৰমানৰ পৰা ভাৰত আৰু বাংলাদেশৰ মাজত ৰোমাঞ্চকৰ প্ৰতিযোগিতা চলি আহিছে। এই প্ৰতিযেগীতাত ভাৰত প্ৰায় প্ৰতিবাৰেই বাংলাদেশতকৈ আগবাঢ়ি আছে।কিন্তু ক্ৰিকেট খেলপথাৰত বাংলাদেশী খেলুৱৈৰ আচৰণত এই পাৰ্থক্য কেতিয়াও পৰিলক্ষিত হোৱা নাই৷ক্ৰিড়াসূলভ মনোভাৱক সন্মান জনাই ভাৰতীয় খেলুৱৈসকলৰ সন্মুখীন হয়।

কিন্তু অনুৰাগীসকৰ ই আৱেগ নিয়ন্ত্ৰণত কৰাটো কঠিন। এনে পৰিস্থিতিত যদি ভাৰতে বাংলাদেশৰ মুখামুখি হয়, তেন্তে পৰিস্থিত বাংলাদেশী অনুৰাগীৰ হৃদস্পন্দন দ্ৰুত হৈ পৰে। কিয়নো  কাৰণ বাংলাদেশে বহুবাৰ ভৰতৰ হাতত পৰাজয়ৰ মুখ দেখি আহিছে।তেনেস্থলতো বাংলাদেশৰ এজন অনুৰাগীয়ে নিজৰ খেলুৱৈসকলক সহায় কৰিবলৈ কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত উপস্থিত হৈছিল আৰু খেল চলি থাকোতেই এই ঘটনা সংঘটিত হৈছে৷সম্প্ৰতি এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ