--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা টি-২০ শৃংখলাত সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকৰ সৈতে চাৰিখন মেচত অৱতীৰ্ণ হ’ব৷ ইতিমধ্যে টি-২০ শৃংখলাটোৰ চাৰিখন মেচৰ দুখন মেচত দুয়োটা দলে এখন এখন মেচত জয়ী হৈ শৃংখলাটো ১-১ পইণ্ট অৰ্জন কৰিছে।

শৃংখলাৰ প্ৰথমখন টি-২০ মেচত ভাৰতীয়দলটোৱে ৬১ ৰানত জয়লাভ কৰে, দক্ষিণ আফ্ৰিকাই পৰাজয়ৰ মুখ দেখিব ল’গা হোৱাৰ পাছত দ্বিতীয়খন টি-২০ মেচত দক্ষিণ আফ্ৰিকাৰ হাতত ৩ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় টিম ইণ্ডিয়া। 

১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব শৃংখলাটোৰ তৃতীয়খন টি-২০ আই মেচ, যাৰ বাবে টিম ইণ্ডিয়া উপস্থিত হৈছে দক্ষিণ আফ্ৰিকাৰ চেঞ্চুৰিয়ানত। বিচিচিআইয়ে নিজৰ ৱেবছাইটত খেলুৱৈ সকলৰ ছবি প্ৰকাশ কৰা দেখা গৈছে৷

উল্লেখযোগ্য যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত মুঠ ২৯খন টি-২০ আই মেচ অনুষ্ঠিত হৈ গৈছে৷ ২৯ খন মেচত দলে ভাৰতে ১৬খন মেচত জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ দলটোৱে ১২খন মেচত জয়লাভ কৰে৷ আৰু ২০১৮ চনত এখন মেচ অমীমাংসিত হৈ ৰয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
Advertisement