--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটল ডেস্কঃ হিন্দু ধৰ্মত প্ৰতিটো মন্দিৰৰ নিজস্ব মহত্ব আছে। ৰাজস্থানৰ এক অনন্য মন্দিৰ য'ত মাতৃ দেৱীৰ বিশেষ আশীৰ্বাদ আছে। ৰাজস্থানৰ জয়ছালমেৰত অৱস্থিত তনোত মাতা মন্দিৰ। জয়ছালমেৰৰ পৰা ১২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই মন্দিৰ।

১২৫০ বছৰ পুৰণি এই মন্দিৰটোক অতি বিশেষ বুলি গণ্য কৰা হয়। পাকিস্তানে ৩০০০ৰো অধিক বোমা নিক্ষেপ কৰিছিল যদিও তনোট মাতা মন্দিৰত এটা আঁচোৰো নপৰিল। এই মন্দিৰক যুদ্ধ দেৱীৰ মন্দিৰ বুলিও জনা যায়। এই মন্দিৰত অৱস্থিত মাতৃ দেৱীয়ে দেশৰ সৈনিকসকলক সুৰক্ষা প্ৰদান কৰিছে। তনোত মাতা হিংলাজ মাতাৰ অৱতাৰ, তাৰ পিছত তেওঁক কৰণী মাতাৰ ৰূপত দেখা যায়।

উল্লেখ্য যে পাকিস্তানে নিক্ষেপ কৰা জীৱন্ত বোমা এই মন্দিৰৰ সংগ্ৰহালয়ত ৰখা হয়। মন্দিৰৰ আশে-পাশে থকা অঞ্চলত এতিয়াও দেখা যায় বোমা।তনোত মাতাৰ মন্দিৰ সমগ্ৰ ভাৰততে স্বীকৃতি লাভ কৰিছে। হাজাৰ হাজাৰ বোমা সৰি পৰাৰ পাছতো এই মন্দিৰটো একেবাৰেই ক্ষতিগ্ৰস্ত নহ’ল। কোৱা হয় যে ১৯৬৫ আৰু ১৯৭১ চনত পাকিস্তানী সেনাই ৩০০০ৰো অধিক বোমা নিক্ষেপ কৰিছিল যদিও এই মন্দিৰটো কোনো ক্ষতি হোৱা নাছিল। অলৌকিক শক্তিৰ বাবে এই মন্দিৰক অতি বিশেষ বুলি গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ