--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যমুনা স্নান কৰি চিকিৎসাধীন হ’ব লগীয়া হ’ল দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱ৷ জানিব পৰামতে নেতাগৰাকীয়ে যমুনা স্নান কৰা পাছত চৰ্মৰোগত আক্ৰান্ত হোৱাৰ লগতে উশাহ-নিশাহ লোৱাতো অসুবিধাৰ সন্মুখীন হোৱা বাবে চিকিৎসাধীন হ’ব লগীয়া হয়৷ ইয়াৰ পাছতে দিল্লী আপৰ বিৰুদ্ধে ৮৫০০ কোটি টকাৰ যমুনা চাফাই কেলেংকাৰিৰ অভিযোগ উত্থাপন কৰিছে। 

বিজেপি নেতা গৰাকীয়ে এক্সৰ এটা প’ষ্টৰ জৰিয়তে সদৰি কৰিছে যে দিল্লী চৰকাৰৰ ৮৫০০ কোটি টকাৰ যমুনা চাফাই কেলেংকাৰি উদঙাই দিয়াৰ উদ্দেশ্যে যমুনাত স্নান কৰি দিল্লী চৰকাৰৰ ভুলৰ বাবে ক্ষমা খুজিছিল৷তাৰ পাছতে চিকিৎসাধীন হ’বলগীয় হয়৷ 



বীৰেন্দ্ৰ সচদেৱৰ এক্সৰ পষ্টৰ পৰা

Image


উল্লেখযোগ্য যে যমুনা নদীৰ প্ৰদূষণ আজিৰ সমস্যা নহয়। এখনৰ পাছত এখন চৰকাৰ আহি গ’ল কিন্তু যমুনাৰ ছবি সলনি নহ’ল৷ প্ৰতি বছৰে ষঠ(ছট)পূজাৰ সময়তে অধিক চৰ্চালৈ আহে। অতি দুখৰ বিষয় যে ভৰতৰ দৰে নদীমাতৃক দেশত নদীৰ এনে অৱস্থা অতি লজ্জাজনক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ