--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: চাকৰিপ্ৰত্যাশিৰ বাবে সুখবৰ৷ অতি সোনকালে ভাৰতীয় ষ্টেট বেংক(এছবিআই)ৰ নিযুক্তি-২০২২ত দিয়া হ’ব নিযুক্তি৷ তাৰ বাবে চলি থকা প্ৰায় ১৫টা খালী পদৰ আৱেদন কৰাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া সোনকালেই সমাপ্ত হ’ব৷ যিসকলে বৰ্তমানেও আৱেদন কৰা নাই তেওঁলোকে অতি সোনকালে কৰি লওক আৱেদন৷ এছবিআইৰ অফিচিয়েল ৱেবছাইটত sbi.co.in প্ৰকাশিত জাননী অনুসৰি, ‘বিশেষজ্ঞ কেডাৰ বিষয়া’ৰ খালী পদৰ বাবে ভাৰতীয় নাগৰিকৰ পৰা আৱেদন লৈ থকা হৈছে।

আগ্ৰহী প্ৰাৰ্থীসকলে গুৰুত্বপূৰ্ণ বিৱৰণ জানিবলৈ তলত চাওক:

মুখ্য মেনেজাৰ (কোম্পানী সচিব) : ০২
মেনেজাৰ (এছ.এম.ই. সামগ্ৰী): ০৬
ডাই মেনেজাৰ (চাৰ্টাৰ্ড একাউণ্টেণ্ট): ০৭

বয়সৰ সীমা :

মুখ্য প্ৰৱন্ধক (কোম্পানী সচিব): ১জুলাই, ২০২১ তাৰিখলৈকে সৰ্বাধিক ৪৫বছৰ।
প্ৰৱন্ধক (এছ.এম.ই. সামগ্ৰী): ১আগষ্ট, ২০২১ তাৰিখে সৰ্বাধিক ৩৫ বছৰ।
ডাই মেনেজাৰ (চাৰ্টাৰ্ড একাউণ্টেণ্ট): ১অক্টোবৰ, ২০২১ তাৰিখলৈকে নিম্নতম ২৫ আৰু সৰ্বাধিক ৩৫বছৰ।

বেতন স্কেল :

মুখ্য প্ৰৱন্ধক (কোম্পানী সচিব): ৭৬০১০-২২২০/৪-৮৪৮৯০-২৫০০/২-৮৯৮৯০টকা।
প্ৰৱন্ধক (এছ.এম.ই. সামগ্ৰী): ৬৩৮৪০-১৯৯০/৫-৭৩৭৯০-২২২০/২-৭৮২৩০ টকা।
ডাই প্ৰৱন্ধক (চাৰ্টাৰ্ড একাউণ্টেণ্ট): ৪৮১৭০-১৭৪০/১-৪৯৯১০-১৯৯০/১০-৬৯৮১০ টকা।

কেনেদৰে আৱেদন কৰিব?

আগ্ৰহী প্ৰাৰ্থীসকলে কেৱল অনলাইন আৱেদন কৰিব পাৰিব। আৱেদনৰ আন কোনো পদ্ধতি গ্ৰহণ কৰা নহয়। প্ৰাৰ্থীসকলে https://bank.sbi/careers এছবিআইৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে নিজকে অনলাইনত পঞ্জীয়ন কৰিব লাগিব।

ভাৰতীয় ষ্টেট বেংক (এছবিআই) নিযুক্তি ২০২২ৰ আৱেদন কৰাৰ অন্তিম তাৰিখ হৈছে ১৩জানুৱাৰী, ২০২২।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ