--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক'ভিড-১৯ৰ নতুন প্ৰকাৰ অ'মিক্ৰন ধৰা পৰাৰ পাছতে বিশ্বজুৰি পুনৰ বৃদ্ধি পাইছে সংক্ৰমণ। এই ভাইৰাছ কেৱল ভেকচিন নোলোৱা লোকৰ ক্ষেত্ৰতে ধৰা পৰা নাই ভেকচিন লোৱা লোকসকলো নতুন প্ৰকাৰৰ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। ভাৰতত এতিয়ালৈকে মাত্ৰ দুটা পালি ভেকচিনহে প্ৰদান কৰা হৈছে, কিন্তু আমেৰিকা যুক্তৰাজ্য আৰু ইউকেৰ দৰে দেশত তৃতীয় পালি ভেকচিন দিয়াৰ স্বত্বেও বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ।

মিনেসোটা বিশ্ববিদ্যালয়ৰ ভাইৰাছ গৱেষক লুই মানস্কিয়ে সংবাদ সংস্থা এপিৰ সৈতে এই বিষয়ে বাৰ্তালাপ কৰিছিল। মানুহে ভুলবশতঃ ভাবিব পাৰে যে ক'ভিড-১৯ ভেকচিনে সংক্ৰমণ সম্পূৰ্ণৰূপে অৱৰোধ কৰিব। কিন্তু এয়া ভূল ধাৰণা৷' ভেকচিন গ্ৰহণ কৰা লোকসকলে দেহলৈ কিয় সংক্ৰমিত হ'ব পাৰে ক'ভিড-১৯

ভেকচিন গ্ৰহণ কৰা লোকসকলো হ'ব পাৰে ক'ভিড পজিটিভ৷ কাৰণ নতুন প্ৰকাৰৰ অ'মিক্ৰন দ্ৰুত সংক্ৰামক হিচাপে দেখা দিছে৷ ইয়াৰ প্ৰভাৱ দেল্টা প্ৰকাৰতকৈ কম যদিও অতি সোণকালেই ই মানুহৰ দেহত থিতাপি ল'ব পাৰে৷

পূৰ্বৰ প্ৰকাৰতকৈ দ্ৰুততাৰে বৃদ্ধি হয় অ'মিক্ৰন

অন্য ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোক সকলৰ দেহত অতি সোনকালে এই ভাইৰাছ বিয়পিব পাৰে৷ অ'মিক্ৰনত আক্ৰান্ত হ'লে মৃদু জ্বৰৰ উপৰিও ব্যক্তিজনৰ হ'ব পাৰে ডিঙিৰ বিষো৷ ইয়াৰ পৰা প্ৰৰিত্ৰাণ পাৱলৈ ইতিমধ্যেই দেশত চিন্তা-চৰ্চা কৰিছে তৃতীয় পালি ভেকচিনৰ কথা৷ কিন্তু এই ভেকছিনে কিমান প্ৰতিহত কৰিব পাৰিব দ্ৰুতগামী ভাইৰাছ সেয়া লক্ষ্যনীয় হ'ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ