--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যিকোনো কামত দক্ষ হোৱা অতি প্ৰয়োজন৷ কামত দক্ষ হ’লে সফলতাৰ বাবে হাবাথুৰি খাবলগীয়া নহয় তাৰ এক জলন্ত উদাহৰণ ১৭ বছৰীয়া ফুটবলাৰ মাৰ্ক বাৰ্নাল৷ ১৭ বছৰ বয়সতে মাৰ্ক বাৰ্নালে বাৰ্চিলোনাৰ ছিনিয়ৰ দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ক্লাবটোৱে লা মাছিয়া একাডেমীৰ পৰা ওলাই অহা ফুটবলাৰগৰাকীৰ ৪৬৪০ কোটি মূল্য নিৰ্ধাৰণ কৰিছে। 

বাৰ্নালে যুৱ লীগত দেখুওৱা দুৰ্দান্ত প্ৰদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ২০২৩ চনত, বাৰ্চিলোনা বি দলৰ সৈতে জ্যেষ্ঠ দলত  অভিষেক ঘটাইছিল৷বাৰ্নাল পাছিং একুৰেচি, আৰু প্ৰতিপক্ষৰ খেল ভাঙি পেলাব পৰা দক্ষতাই তেওঁক স্পেইনৰ আটাইতকৈ প্ৰতিশ্ৰুতিসম্পন্ন যুৱ প্ৰতিভা হিচাপে পৰিচিত হয়।

২০২৪ চনত, মাৰ্ক বাৰ্নালক লা লিগাত বাৰ্চিলোনাৰ মূল দললৈ উন্নীত কৰা হয়। অতি কম সময়তে দলৰ এক অৱিচ্ছেদ্য অংশ হৈ পৰে বাৰ্নাল।  কম বয়সতে খেলত নিপুন আৰু নেতৃত্ব প্ৰদানৰ গুণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। বাৰ্নালে কেইবাখনো খেলত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল, যাৰ বাবে বাৰ্চিলোনাই লীগত আধিপত্য বজাই ৰাখিবলৈ সক্ষম হৈছিল।

২০২৪ চনৰ আগষ্টত বাৰ্নালে বাৰ্চিলোনাৰ হৈ ৰায়ো ভেলেকানোৰ বিৰুদ্ধে খেলিছিল  এক গুৰুতৰ আঘাতৰ সন্মুখীন হৈছিল। যাৰ বাবে কেইমাহমানৰ বাবে খেলৰ বাহিৰত থাকিব লগা হৈছিল, কিন্তু  দৃঢ়তা অৰু অদম্য আত্মবিশ্বাস আৰু প্ৰৱল ইচ্ছা শক্তিৰ বলত পুনৰ প্ৰত্যাৱৰ্তন কৰে। বাৰ্চিলোনাই তেওঁৰ সম্ভাৱনাত অগাধ বিশ্বাস দেখুৱাই তেওঁৰ চুক্তি নবীকৰণ কৰি ৫০০ মিলিয়ন ইউৰোৰ বাইআউট ক্লজ অন্তৰ্ভুক্ত কৰিছিল।

উল্লেখযোগ্য যে প্ৰি-ছিজন প্ৰশিক্ষণৰ সময়ত মাৰ্কে প্ৰশিক্ষক হান্সি ফ্লিকৰ দৃষ্টি আকৰ্ষণ কৰিছিল, তাৰ পাছতে ফ্লিকে চিনিয়ৰ দলৰ অন্তৰ্ভুক্ত কৰিছিল। অনাগত সময়ৰ গৰাকী তাৰকা ফোটবলাৰ হিচাপে পৰিগণিত হোৱাৰ আশা কৰিছে ক্লাবে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ