--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: গুজৰাটত অনুষ্ঠিত বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ববাতিল কৰা হৈছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে অহা ১৮ জুনত গুজৰাটৰ বদোদৰা ভ্ৰমণ কৰিব অৱশ্যে, একেদিনাই অনুষ্ঠিত বলগীয়া এটা ৰোড শ্বএতিয়া নিৰাপত্তাজনিত কাৰণত বাতিল কৰা হৈছে

গুজৰাট বিজেপিৰ সভাপতি চি আৰ পাটিলে কয়, দেশৰ নাগৰিকসকলৰ যত্ন লৈ আমাৰ সফল আৰু সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চহৰখনৰ নাগৰিকসকলৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ১৮ জুনৰ দুপৰীয়া ১২ বজাত বদোদৰাত অনুষ্ঠিত বলগীয়া ৰোড শ্ববাতিল কৰিবলৈ নিৰ্দেশ দিছে

প্ৰধানমন্ত্ৰী মোদীয়ে চুবুৰীয়া পঞ্চমহল জিলাৰ পাৱাগড় পাহাৰৰ ওপৰৰ মহাকালী মন্দিৰত প্ৰাৰ্থনা কৰাৰ পিছত ৰাতিপুৱা বদোদৰাত উপস্থিত প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ ইষ্টেটৰ ওচৰৰ কুষ্ঠ চিকিৎসালয়ৰ খেলপথাৰত গ্ৰাম্য গৃহনিৰ্মাণৰ দৰে বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসহ প্ৰায় লাখ লোকক সম্বোধন কৰিব ইয়াৰ পূৰ্বে, ১০ জুনৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে নৱসাৰীৰ ভাদনগৰৰ পৰা তেওঁৰ প্ৰাক্তন বিদ্যালয় শিক্ষকক সাক্ষাৎ কৰিছিল অনানুষ্ঠানিক সাক্ষাতৰ ছবিবোৰ ভাইৰেল হৈ পৰিছিল চিয়েল মিডিয়াত৷

প্ৰধানমন্ত্ৰীয়ে নৱসাৰীৰ জনজাতীয় অঞ্চলত ,০৫০ কোটি টকাৰ সাতটা প্ৰকল্প উদ্বোধন কৰে তেওঁ লগতে ১৪ টাতকৈও অধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে যি অঞ্চলটোত পানী যোগান উন্নত কৰাত সহায় কৰিব লগতে যোগাযোগ বৃদ্ধি আৰু জীৱনধাৰণৰ মান বৃদ্ধি কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ