--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বৃহস্পতিবাৰে ৯২ বছৰ বয়সত মৃত্যু হয়। প্ৰধানমন্ত্ৰী গৰাকীৰ মৃত্যুত সমগ্ৰ গদেশতে শোকৰ ছাঁ পৰিছে। প্ৰধানমন্ত্ৰী গৰাকীৰ বিয়োগৰ পাছত  তেওঁৰ জীৱনৰ এক অন্তৰ পৰশা কাহিনীয়ে চৰ্চা লাভ কৰিছে, ২০০৮ চনত শৈশৱৰ বন্ধু ৰাজা মহম্মদ আলীৰ সৈতে তেওঁৰ আৱেগিক পুনৰ মিলন।

১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত অবিভক্ত ভাৰতৰ পঞ্জাৱৰ (বৰ্তমান পাকিস্তানত) এখন গাঁও গাহত মনমোহন সিঙৰ জন্ম হৈছিল। তেওঁৰ জীৱনত ১৯৪৭ চনৰ বিভাজনৰ ফলত গভীৰ প্ৰভাৱ পৰিছিল, যাৰ ফলত তেওঁৰ পৰিয়ালে ঘৰ-বাৰী আৰু বন্ধু-বান্ধৱীক এৰি ভাৰতলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছিল।

২০০৪ চনত যেতিয়া মনমোহন সিং প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়াই এই খবৰটো তেওঁৰ জন্ম গাঁৱতো বয়পি পৰিছিল, যাৰ ফলত তেওঁৰ শৈশৱৰ বন্ধু ৰাজা মহম্মদ আলীয়ে পুনৰ সংযোগ স্থাপন কৰিবলৈ সক্ষম হয়। শৈশৱৰ সময়ছোৱাত দুয়ো ঘনিষ্ঠ বন্ধু আছিল, একেখন প্ৰাথমিক বিদ্যালয়তে পঢ়িছিল আলীয়ে তেওঁক মৰমেৰে ‘মোহনা’ বুলি মাতিছিল।

২০০৮ চনৰ মে’ মাহত দশক দশক ধৰি বিচ্ছিন্নতাৰ অন্তত পুনৰ দিল্লীত দুই শৈশৱৰ বন্ধুৰ সাক্ষাৎ হয়। পুনৰ সময় আৰু সীমা অতিক্ৰম কৰা বন্ধুত্বক পুনৰ জগাৰিত হৈছিল। আলীয়ে সিঙক জন্ম গাঁৱৰ এখন ছবি উপহাৰ প্ৰদান কৰি দি তেওঁলোকৰ জন্ম গাঁৱৰ পৰা মাটি আৰু পানী লৈ আহিছিল। এতিয়া দুই বন্ধুৰ এই মিলন কাহিনীয়ে চৰ্চা লাভ কৰিছে।

উল্লেখযোগ্য যে তেওঁ আছিল ভাৰতৰ প্ৰথমজন শিখ প্ৰধানমন্ত্ৰী আৰু তেওঁ জৱাহৰলাল নেহৰুৰ পিছত সম্পূৰ্ণ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত পুনৰ নিৰ্বাচিত হোৱা প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ