--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে দেশৰ ভিতৰতে শ্রেষ্ঠ গাঁও পঞ্চায়ত হিচাপে নানাজী দেশমুখ সর্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ-২০২৫ লাভ কৰিবলৈ সক্ষম হৈছে।

ডিজিটেল ডেস্ক: গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসম পুনৰবাৰ উজলি উঠিবলৈ সক্ষম হৈছে। ৰাজ্যৰ পঞ্চায়ত ব্যৱস্থাক অধিক শক্তিশালী আৰু জনমুখী কৰাৰ ব্যৱস্থাৰ ফলশ্ৰুতিত ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ তিনিখনকৈ পঞ্চায়তে বঁটা লাভ কৰি পুনৰবাৰ ৰাজ্যবাসীক গৌৰৱান্বিত কৰিবলৈ সক্ষম হৈছে। 


শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা-২০২৫ত অসমলৈ আহিছে ৩টাকৈ সন্মানীয় ৰাষ্ট্ৰীয় বঁটা। শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে দেশৰ ভিতৰতে শ্রেষ্ঠ গাঁও পঞ্চায়ত হিচাপে নানাজী দেশমুখ সর্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ-২০২৫ লাভ কৰিবলৈ সক্ষম হৈছে। 


আনহাতে, নগাঁও জিলাৰ জুমৰমূৰ গাঁওপঞ্চায়তে শ্ৰেষ্ঠ স্বচ্ছ আৰু সেউজ পঞ্চায়ত হিচাপে দীনদয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ-২০২৫ আৰু ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁওপঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ পঞ্চায়ত তিনিখনে লাভ কৰা এই সাফল্যৰ কথা ৰাজহুৱা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান