--°C
Loading...
Listen to Article
2 min read
80%

নগাঁও : এইডছৰ হটস্পটত পৰিণত হৈছে নগাঁৱৰ বিশেষ আৰু কেন্দ্ৰীয় কাৰাগাৰ দুখন। দুয়োখন কাৰাগাৰৰ কয়দীৰ মাজত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচআইভি পজিটিভৰ সংখ্যা। বিগত ছেপ্টেম্বৰ মাহত দুইখন কাৰাগাৰত সৰ্বমুঠ ৮৫ গৰাকী কয়দীৰ দেহত ধৰা পৰিছে এইচআইভি৷

ইয়াৰ ভিতৰত বিশেষ কাৰাগাৰত ৪৫ আৰু কেন্দ্ৰীয় কাৰাগাৰত ৪০ জন কয়দী। আনহাতে অক্টোবৰ মাহত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৬ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে এইচআইভি পজিটিভ।

উল্লেখ্য যে, জানুৱাৰীৰ পৰা জুলাই মাহলৈ মুঠ ৮৫ জন ব্যক্তিৰ দেহত ধৰা পৰিছিল এইআইভি আৰু ইয়াৰে ৩০ গৰাকী কয়দী আছিল। জানিব পৰা মতে এই ৰোগ ধৰা পৰা কয়দীয়ে চিৰিঞ্জৰে ড্ৰাগছ ব্যৱহাৰ কৰাৰ ফলতেই এইচআইভিত আক্ৰান্ত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ