--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৯০ৰ দশকৰ বলিউডৰ অভিনেত্ৰী মাধুৰীৰ ৰূপে গুণে অনন্য। কিন্তু এই বয়সতো তেওঁ কেনেকৈ নিজৰ ছাল বা চুলিৰ মধুৰতা ধৰি ৰাখিছে? তেওঁৰ ছালৰ যত্নৰ বিষয়ে সাধাৰণ মানুহে সদায় কৌতুহলী হৈ থাকে। বহুতে ভাবে যে তেওঁ বয়স ধৰি ৰখা  চিকিৎসাৰ বাবে বহিঃৰাজ্যৰ চিকিৎসকৰ পৰামৰ্শ বা চিকিৎসা লয়। যিটো ব্যয়বহুল, সাধাৰণ মানুহৰ বাবে অসম্ভৱ। 


Director Yash Chopra | Madhuri Dixit | Entertainment News

কিন্তু তেনে নহয় । জানিব পৰা মতে তেওঁ  ঘৰতে নিজৰ চেহেৰাৰ যত্ন লয়। দীৰ্ঘদিন ধৰি মেক-আপ, লাইট আৰু চুলিত ৰাসায়নিক প্ৰসাধন ব্যৱহাৰ কৰাৰ ফলত নিৰ্জীৱ ছাল আৰু চুলিৰ বাবে মাধুৰীয়ে ঘৰুৱা ঔষধ আৰু বিশ্বাসযোগ্য ঘৰুৱা উপায় বিষয়ে শেহতীয়াকৈ অৱগত কৰিছে। 

* মাধুৰীয়ে চুলিৰ সৌন্দৰ্য্যৰ বাবে ১৫ ৰ পৰা ২০টা নৰসিংহ পাত, ১ চামুচ মেথি আৰু পিঁয়াজৰ পেষ্ট আধা কাপ নাৰিকল তেলত ভালদৰে সিজাই চেকি লৈ সপ্তাহত কমেও ৩-৪ দিন বা ৰাতি চেম্পু কৰাৰ আগতে লগায়। যিয়ে চুলিৰ সকলো সমস্যা সমাধান কৰে

* চুলিখিনি মসৃণ কৰি ৰাখিবলৈ মাধুৰীয়ে ১টা কল, ২ চামুচ দৈ আৰু ১ চামুচ মৌ ভালদৰে মিহলাই মূৰত লগাবলৈ কয়। কমেও ৩০-৪০ মিনিটমান ৰাখি পানীৰে ধুই পেলাব লাগে, তাৰ পাছত চেম্পু কৰি দিব লাগে। কিন্তু মাধুৰীয়ে তিতা চুলিখিনি শুকুৱাবলৈ মাইক্ৰ’ফাইবাৰ কাপোৰেৰে মেৰিয়াই লয়। ই চুলি সৰি পৰাৰ সম্ভাৱনা কমায়।

* মাধুৰীয়ে চকু মুদি ছালৰ যিকোনো সমস্যাৰ বাবে বেচনৰ ওপৰত নিৰ্ভৰ কৰে। মুখখন সাধাৰণ পানীৰে ধোৱাৰ পৰিৱৰ্তে বেচনেৰে মুখ ধুবলৈ পৰামৰ্শ দিছে। মাধুৰীয়ে কয়, “এই সকলোবোৰৰ বাহিৰেও প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে পানী খোৱা, সুস্থ জীৱনশৈলী গ্ৰহণ কৰাটো ছাল আৰু চুলিৰ বাবে গুৰুত্বপূৰ্ণ।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ