--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কৰ উপস্থিতিত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁৰ বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি তুলে। উপস্থিত বিশিষ্ট অতিথিসকলৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় দেৱকিশোৰ গোস্বামীয়ে।

ডিজিটেল ডেস্ক: নতুন দিল্লীৰ হায়দৰাবাদ হাউছত যোৱা ২২ অক্টোবৰত অনুষ্ঠিত ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক আলোচনাৰ বিশেষ অনুষ্ঠানত অসমৰ সুসন্তান তথা প্ৰতিভাৱান বাঁহীবাদক দেৱকিশোৰ গোস্বামী (চানি)-য়ে ভাৰতীয় শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰাৰ বিৰল সুযোগ লাভ কৰে। 

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কৰ উপস্থিতিত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁৰ বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি তুলে। উপস্থিত বিশিষ্ট অতিথিসকলৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় দেৱকিশোৰ গোস্বামীয়ে।

গুৱাহাটীৰ নিবাসী প্ৰয়াত পংকজ গোস্বামী আৰু সাংস্কৃতিক কৰ্মী ড° শিখা বেজবৰুৱা গোস্বামীৰ সুযোগ্য সন্তান দেৱকিশোৰ গোস্বামীৰ এই সাফল্যই অসমীয়া সাংস্কৃতিক জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে। 

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এনে এক গুৰুত্বপূৰ্ণ মঞ্চত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ সুৰেৰে অসমৰ সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰাৰ এই সুযোগ ৰাজ্যখনৰ বাবে এক গৌৰৱোজ্জ্বল মুহূৰ্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ