--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দ্বিতীয় বিশ্ব যুদ্ধৰ বিজয় দিবস উদযাপনৰ বাবে ৰাছিয়াৰ ৰাষ্ট্রপতি ব্লাডিমিৰ পুটিনে সোমবাৰে মে' মাহৰ দ্বিতীয় সপ্তাহত ৭২ ঘণ্টীয়া যুদ্ধ-বিৰতি ঘোষণা কৰে। 

এই সন্দর্ভত প্রেৰণ কৰা নির্দেশ অনুসৰি ১৯৪৫ চনত ৰাছিয়াৰ হাতত নাজী জার্মানিৰ পৰাজয়ৰ দিনটো উদযাপন কৰিবলৈ 'মানবীয় কাৰণত ৮ মে'ত (২১০০ জি এম টি, বিয়লি ৫ বজা ই ডি টি ৭ মে') এই যুদ্ধ-বিৰতি আৰম্ভ হ'ব আৰু ১০ মে'লৈ (২১০০ জি এম টি বিয়লি ৫ বজা ই ডি টি ১০ মে') থাকিব। 

আনহাতে, ইউক্রেইনে পুটিনৰ এই পদক্ষেপক সমালোচনা কৰে। ইউক্রেইনৰ বিদেশ মন্ত্রী এন্ট্রী চাইবিহাই কয়, 'বাছিয়াই যদি সঁচাকৈ শান্তি বিচাৰিছে, তেন্তে তৎক্ষণাৎ যুদ্ধ-বিৰতি ঘোষণা কৰিব লাগে। কিয় ৮ মে'লৈ ৰৈ থাকিব লাগে? যদি আমি এতিয়াই যিকোনো তাৰিখৰ পৰা আৰু ৩০ দিনৰ বাবে যুদ্ধ-বিৰতি ঘোষণা কৰিব পাৰোঁ, সেয়াহে প্রকৃত হ'ব।'

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ