--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গাজাত ইজৰাইল আৰু হামাছৰ মাজত চলি থকা ভয়ংকৰ যুদ্ধই তীব্ৰ মানৱীয় সংকটৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰসংঘই ইতিমধ্যে গাজাৰ জনসাধাৰণ দুর্ভিক্ষৰ কবলত পৰা বুলি ঘোষণা - কৰিছে

ডিজিটেল ডেস্কঃ খাদ্য নাই, পানী নাই, শান্তি নাই- ইজৰাইলী আক্ৰমণত নিজৰ ৩ বছৰীয়া সন্তানক হেৰুৱাই এনেদৰে গাজাত এটা পৰিয়ালে শোকত ভাগি পৰিছে। 


গাজাত ইজৰাইল আৰু হামাছৰ মাজত চলি থকা ভয়ংকৰ যুদ্ধই তীব্ৰ মানৱীয় সংকটৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰসংঘই ইতিমধ্যে গাজাৰ জনসাধাৰণ দুর্ভিক্ষৰ কবলত পৰা বুলি ঘোষণা - কৰিছে। 


ইয়াৰ মাজতে মঙলবাৰে ইজৰাইলে চলোৱা ভয়ংকৰ আক্ৰমণত - নিহত হোৱা এটা শিশুৰ মৃতদেহ কঢ়িয়াই লৈ ফুৰা এজন মানুহৰ মোনাখনত নিজৰ পুত্ৰৰ মৃত মুখখনত হাত ফুৰাই গাজাৰ এগৰাকী মাতৃ আমাল আবু শ্বালোঁফে শেষ বিদায় দি এনেদৰে চিঞৰি উঠে। মাতৃগৰাকীয়ে কান্দোনত ভাগি পৰি কয়, 'আমিৰ, মোৰ মৰমৰ পুত্র।' 


উল্লেখযোগ্য যে দক্ষিণ গাজাৰ দক্ষিণৰ চহৰ খান ইউনুছৰ নাছেৰ হস্পিটেলত প্লাষ্টিকেৰে মেৰিয়াই বহুতো মৃতদেহ ৰখা হৈছে। এই মৃতদেহবোৰৰ ভিতৰতেই কালি নিহত হোৱা ৩ বছৰীয়া শিশুটোৰ মৃতদেহটোও ৰখা হৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ