--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গোলাঘাট জিলা ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে "মইও জুবিন অনুৰাগী,আমিও জুবিন অনুৰাগী" শীৰ্ষক অনুষ্ঠান।

ডিজিটেল ডেস্কঃ গোলাঘাট জিলা ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে "মইও জুবিন অনুৰাগী,আমিও জুবিন অনুৰাগী" শীৰ্ষক অনুষ্ঠান। 


জুবিন গাৰ্গৰ ন্যায় সমদলত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা গোলাঘাট বিধানসভা সমষ্টিৰ বিধায়ক অজন্তা নেওগ,সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে।


হাতে হাতে প্লেকাৰ্ড লৈ কেইবা শতাধিক বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে এই ন্যায় সমদলত। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অধিক ক্ষীপ্ৰতাৰে আগবঢ়াবলৈ , দোষীক কঠোৰ শাস্তি প্ৰদান আৰু ফাষ্টট্ৰেক আদালতত হ'ব লাগে, জুবিন গাৰ্গৰ স্মৃতি জীয়াই ৰাখিব লাগে বুলি মন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰে। 


"ন্যায়ালয়ে জনতাৰ আৱাজ শুনক"," ন্যায়ালয়ে কঠোৰ শাস্তি প্ৰদান কৰিব, অপেক্ষা কৰক" ন্যায়ালয়ে ক্ষীপ্ৰ ন্যায় দিয়ক আদি শ্লোগানেৰে হাতে হাতে প্লেকাৰ্ড লৈ কেইবা শতাধিক বিজেপি কৰ্মীয়ে ন্যায় যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ