--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • খালিংদুৱাৰ বনাঞ্চলৰ অন্তৰ্গত মাজুলী চাহ বাগিছাৰ মাজুলী গ্ৰেণ্টত মৃত্যু হোৱা বনৰীয়া হাতীটোৰ বয়স প্ৰায় ১১ বছৰ ৷

ডিজিটেল ডেস্কঃ  ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু। ঘটনাৰ স্থান ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ মাজুলী গ্ৰেণ্ট।


খালিংদুৱাৰ বনাঞ্চলৰ অন্তৰ্গত মাজুলী চাহ বাগিছাৰ মাজুলী গ্ৰেণ্টত মৃত্যু হোৱা বনৰীয়া হাতীটোৰ বয়স প্ৰায় ১১ বছৰ ৷


বনৰীয়া হাতীটোৰ মৃত্যুৰ কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই।


ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক।


ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ বিভিন্ন প্ৰান্তত দ্ৰুতগতিত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত।


বনৰীয়া হাতীৰ আক্ৰমণত কেতিয়াবা যদি মৃত্যু হৈছে নিৰীহ লোকৰ আন কেতিয়াবা বিভিন্ন কাৰণত মৃত্যু হৈছে বনৰীয়া হাতীৰ ৷


খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহি এনেদৰে মৃত্যু হৈ আহিছে বনৰীয়া হাতীৰ।


চলিত বৰ্ষত ওদালগুৰিৰ বিভিন্ন প্ৰান্তত ১০ টাকৈ অধিক বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১৫ জনকৈ অধিক নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে।


সমস্যা সমাধানত ব্যৰ্থ হৈছে বিয়াগোম বন বিভাগ।


ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ ১১ বছৰীয়া হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ