--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেন্দ্রীয় ঔষধ নিয়ন্ত্রক সংস্থাই (চি ডি এছ চি অ') বিশ্ব স্বাস্থ্য সংস্থাক বুধবাৰে অৱগত কৰে যে এটা কফ ছিৰাপ কল্ড্রিফ ৰেছপিফ্ৰেছটি আৰ আৰু ৰিলাইফৰ উৎপাদন বন্ধ কৰি দিয়া হৈছে আৰু নিৰ্মাণকাৰী সকলোকে এই নির্দেশ দিয়া হৈছে।

ডিজিটেল ডেস্ক : 'বিষাক্ত' কফ ছিৰাপ সেৱন কৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ মধ্য প্রদেশত পুনৰ দুটি শিশুৰ মৃত্যু হয়। ইয়াৰ ফলত এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২২লৈ বৃদ্ধি হয়।


ইফালে কেন্দ্রীয় ঔষধ নিয়ন্ত্রক সংস্থাই (চি ডি এছ চি অ') বিশ্ব স্বাস্থ্য সংস্থাক বুধবাৰে অৱগত কৰে যে এটা কফ ছিৰাপ কল্ড্রিফ ৰেছপিফ্ৰেছটি আৰ আৰু ৰিলাইফৰ উৎপাদন বন্ধ কৰি দিয়া হৈছে আৰু নিৰ্মাণকাৰী সকলোকে এই নির্দেশ দিয়া হৈছে। 


সংস্থাটোৱে লগতে কয় যে উক্ত কফ ছিৰাপ ভাৰতৰ পৰা ৰপ্তানি কৰা হোৱা নাই। ইফালে, বিষাক্ত কফ ছিৰাপ সেৱন কৰি শিশু মৃত্যুমুখত পৰাৰ ঘটনা সন্দর্ভত তামিলনাডু-ভিত্তিক কল্ড্রিফ শ্রেষাণ ফাৰ্মাৰ স্বত্বাধিকাৰীক বৃহস্পতিবাৰে মধ্য প্রদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই কোম্পানীটোৱে উক্ত কফ ছিৰাপ প্ৰস্তুত কৰাৰ অভিযোগ উঠিছে। 


আনহাতে, এই ঘটনা সন্দৰ্ভত তদন্ত বিচাৰি আৰু ঔষধৰ সুৰক্ষা সন্দর্ভত সংস্কাৰ বিচাৰি দাখিল হোৱা এখন আৱেদনৰ উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে শুনানি ল'ব। ইফালে, চি ডি এছ চি অ'ই সমগ্ৰ ভাৰতত কফ ছিৰাপ প্রস্তুতকাৰীসকলৰ পৰীক্ষণ, পৰিদৰ্শন আৰু হিচাপ-নিকাচ চালি-জাৰি চাব বুলি প্ৰকাশ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ