--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মুখ্য অতিথি হিচাপে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, নির্দিষ্ট বক্তা হিচাপে পদ্মশ্রী ড° উদ্ধৱ কুমাৰ ভৰালী আদিয়ে অংশগ্ৰহণ কৰিব।

ডিজিটেল ডেস্ক: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিক সমিতিয়ে একাদশ বাৰ্ষিক 'বৃহত্তৰ গোগামুখ বহাগী উৎসৱ ২০২৬' বিহুখনি এইবাৰ পি এম চি গোগামুখ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰিব। 


অহা ৪ আৰু ৫ মে'ত দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগীয়া বিহুৰ ৪ মে'ৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, বিহু পতাকা উত্তোলন, শ্বহীদ তর্পণ, গছপুলি ৰোপণ, টেকেলী ভঙা আৰু কণী যুঁজ, সৰু বিহুৱতী, টকা বিহু, বৰ বিহুৱতী আদি অনুষ্ঠিত হ'ব। অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ১১ বজাত বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা, বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰা হ'ব। হুঁচৰি, মুকলি সভা, সম্বর্ধনা আৰু বঁটা অনুষ্ঠানত সোৱণশিৰি পৰীয়া মানৱ দৰদী বঁটা প্রদান কৰিব অৰণ্য মানৱ পদ্মশ্রী যাদৱ পায়েঙক। 


মুখ্য অতিথি হিচাপে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, নির্দিষ্ট বক্তা হিচাপে পদ্মশ্রী ড° উদ্ধৱ কুমাৰ ভৰালী আদিয়ে অংশগ্ৰহণ কৰিব। বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রাত অংশগ্ৰহণ কৰিব স্নিগ্ধা গগৈ, কৌশিক ভৰদ্বাজে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান