--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • উলুবাৰীস্থিত ZANS COMPLEXত সংঘটিত হৈছে এই ভয়ংকৰ অঘটন। ZANS COMPLEX ত থকা ‘D' Father Restro & Bar’ৰ নিৰ্মাণ কাৰ্য চলাই থকাৰ সময়তে চতুৰ্থ মহলাত সংঘটিত হয় এই অঘটন।

ডিজিটেল ডেস্ক : মহানগৰীৰ উলুবাৰীত অঘটন। এক নিৰ্মাণ কাৰ্য চলাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত তিনিজনকৈ শ্ৰমিক।


উলুবাৰীস্থিত ZANS COMPLEXত সংঘটিত হৈছে এই ভয়ংকৰ অঘটন। ZANS COMPLEX ত থকা ‘D' Father Restro & Bar’ৰ নিৰ্মাণ কাৰ্য চলাই থকাৰ সময়তে চতুৰ্থ মহলাত সংঘটিত হয় এই অঘটন।


লোহাৰ পাইপ তলৰ পৰা ওপৰত উঠাবলৈ লওঁতেই বিদ্যুৎস্পৃষ্ট হয় শ্ৰমিক কেইজন। পাঁচ জনকৈ শ্ৰমিক জড়িত আছিল নিৰ্মাণ কাৰ্যত।


স্থানীয় লোকৰ তৎপৰতাত বিদ্যুৎস্পৃষ্ট হোৱা শ্ৰমিক কেইজনক প্ৰেৰণ কৰা হয় GMCH লৈ। শ্ৰমিক কেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই।


জানিব পৰা মতে প্ৰিন্স মানস নামৰ লোকজনৰ মালিকাধীন Restro & Barখনৰ চলি আছিল নিৰ্মাণ কাৰ্য।


ঘটনাস্থলীত উপস্থিত হয় পল্টনবজাৰ আৰক্ষী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান