--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ধুমুহাৰ তাণ্ডৱত সমগ্ৰ অঞ্চলটোৰ জনজীৱন বিধ্বস্ত হৈ পৰাৰ লগতে ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ ব্যাপক ক্ষতিসাধন হৈছে।

ডিজিটেল ডেস্কঃ দেৰগাঁৱত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ তাণ্ডৱ। অকস্মাৎ অহা প্ৰচণ্ড ধুমুহা আৰু বৰষুণে দেৰগাঁৱৰ উত্তৰাঞ্চলৰ বিভিন্ন প্ৰান্তত এক বিনাশী ৰূপ ধাৰণ কৰিছে।


ধুমুহাৰ তাণ্ডৱত সমগ্ৰ অঞ্চলটোৰ জনজীৱন বিধ্বস্ত হৈ পৰাৰ লগতে ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ ব্যাপক ক্ষতিসাধন হৈছে। ​ধুমুহাৰ ফলত বিভিন্ন স্থানত প্ৰকাণ্ড গছ উভালি পথৰ ওপৰত পৰাত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে।


ঠায়ে ঠায়ে বিদ্যুতৰ খুঁটা বাগৰি পৰাৰ লগতে তাঁৰ ছিঙি পৰাত বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে।বহু লোকৰ বাসগৃহৰ ওপৰত গছ পৰিছে আৰু বহুঘৰৰ টিন-পাত উৰুৱাই নিয়াৰ ফলত পৰিয়ালসমূহ বিপাঙত পৰিছে।


​দেৰগাঁৱৰ উত্তৰ অংশ ব্ৰহ্মপুত্ৰ পাৰৰ সদাৰ, চিৰিশটিকা, লেমচাপৰি আৰু বাঘবাৰী আদি মিচিং গাঁৱত ধুমুহাই আটাইতকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰশাসনৰ তৰফৰ পৰা ক্ষয়-ক্ষতিৰ বুজ লৈ ভুক্তভোগী ৰাইজক অতি সোনকালে সাহায্য প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে কাতৰ আহ্বান জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান