--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এতিয়া পাকিস্তানৰ যিকোনো অংশতে আঘাত কৰিব পাৰিব ব্ৰাহ্ম’ছ চুপাৰছনিক মিছাইলে। ভাৰতীয় সেনাই এইদৰে ব্ৰাহ্ম’ছৰ নতুন খেপ লাভ কৰাৰ লগে লগে পাকিস্তানৰ বিৰুদ্ধে আগ্ৰাসী হৈ পৰিল ৰাজনাথ সিং।

ডিজিট়েল ডেস্কঃ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ কেন্দ্ৰত প্ৰথমবাৰৰ বাবে প্ৰস্তুত কৰা হ’ল বিধ্বংসী ব্ৰাহ্ম’ছ ক্ষেপণাস্ত্ৰ। ভাৰত-ৰাছিয়াৰ যৌথ উন্নত প্ৰযুক্তিৰে নিৰ্মিত ব্ৰাহ্ম’ছৰ টাৰ্গেটত এতিয়া সম্পূৰ্ণ পাকিস্তান।


এতিয়া পাকিস্তানৰ যিকোনো অংশতে আঘাত কৰিব পাৰিব ব্ৰাহ্ম’ছ চুপাৰছনিক মিছাইলে। ভাৰতীয় সেনাই এইদৰে ব্ৰাহ্ম’ছৰ নতুন খেপ লাভ কৰাৰ লগে লগে পাকিস্তানৰ বিৰুদ্ধে আগ্ৰাসী হৈ পৰিল ৰাজনাথ সিং।


পাকিস্তানক হুংকাৰ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিলে অপাৰেচন সিন্দূৰ কেৱল ট্ৰেইলাৰ আছিল। পাকিস্তানক পুনৰ সমুচিত শিক্ষা দিবলৈ সাজু ভাৰতীয় সেনা। অপাৰেচন সিন্দূৰত পাকিস্তানে উপলব্ধি কৰিছিল যদিহে ভাৰতে পাকিস্তানক জন্ম দিব পাৰে। প্ৰয়োজনত পাকিস্তানক ভয়াৱহ আঘাতো দিব পাৰে। ব্ৰাহ্ম’ছ ক্ষেপণাস্ত্ৰৰে পাকিস্তানৰ প্ৰতিটো অংশতে ভাৰতীয় সেনাই এতি আক্ৰমণ কৰিব পাৰিব। এই বুলিও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে পাকিস্তানক সকীয়াই দিয়ে। ব্ৰাহ্ম’ছৰ পৰা ৰক্ষা পোৱাৰ বৰ্তমানলৈ পাকিস্তানৰ হাতত কোনো প্ৰযুক্তি নাই। যাৰ বাবে ভাৰতৰ উন্নত ব্ৰাহ্ম’ছ মিছাইল পাকিস্তানৰ বাবে এতিয়া আতংকৰ কাৰণ হৈ পৰিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ