--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ১৬ অক্টোবৰত মুক্তি পোৱা ৪ মিনিট ৫৩ ছেকেণ্ডৰ “ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গোল্ডেন ভইচ" শীৰ্ষক ভিডিঅ’টো টি-ছিৰিজৰ ইউটিউব চেনেলত উপলব্ধ ।

ডিজিটেল ডেস্কঃ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনালে টি-ছিৰিজে । বিশেষভাৱে প্ৰস্তুত কৰা ভিডিঅ’ৰ জৰিয়তে তেওঁৰ আটাইতকৈ জনপ্ৰিয় বলীউড গীতসমূহ সংযোজন কৰিলে এটা ট্ৰেকত ।


১৬ অক্টোবৰত মুক্তি পোৱা ৪ মিনিট ৫৩ ছেকেণ্ডৰ “ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গোল্ডেন ভইচ" শীৰ্ষক ভিডিঅ’টো টি-ছিৰিজৰ ইউটিউব চেনেলত উপলব্ধ ।


এই ভিডিঅ’টোত শিল্পীগৰাকীৰ জনপ্ৰিয়তাৰ মিশ্ৰণ প্ৰদৰ্শিত হৈছে, য’ত ভাৰতীয় সংগীতত তেওঁৰ অৱদানৰ ওপৰত আলোকপাত কৰা হৈছে।


“ভাৰতৰ স্পন্দন হৈ পৰা কণ্ঠক সন্মান জনাই — জুবিন গাৰ্গ, এজন কিংবদন্তি যাৰ সুৰ চিৰদিনৰ বাবে প্ৰতিধ্বনিত হ’ব। ‘ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গোল্ডেন ভইচ’ মেছআপটো উপস্থাপন আৰু ৰিমিক্স কেড্ৰকে কৰিছে ।


ভিডিঅ’টোৱে ৩ লাখ ৬০ হাজাৰৰো অধিক ভিউজ লাভ কৰিছে। ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত গায়কগৰাকীৰ মৃত্যুক লৈ দেশজুৰি শোক প্ৰকাশ কৰাৰ সময়তে এই শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে, আৰু ইয়াৰ জৰিয়তে সমগ্ৰ বলীউড আৰু বিশ্বই সংগীতৰ মাজত তেওঁৰ চিৰস্থায়ী উত্তৰাধিকাৰক উদযাপন কৰিছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ