--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই মন্তব্য সর্বোচ্চ নেতাজনৰ কাৰ্যালয়ৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ বিষয়া আয়াতুল্লা মহছিন কুৱামিৰ।

ডিজিটেল ডেস্ক : 'ইৰানৰ সর্বোচ্চ নেতা মুজতবা খামেনেই সম্পূর্ণ সুস্থ অৱস্থাত আছে।' এই মন্তব্য সর্বোচ্চ নেতাজনৰ কাৰ্যালয়ৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ বিষয়া আয়াতুল্লা মহছিন কুৱামিৰ। 


শত্ৰু ৰাষ্ট্ৰ আমেৰিকা আৰু ইজৰাইলে খামেনেইৰ স্বাস্থ্য সম্পর্কত কিছুমনান ভুৱা তথ্য বিশ্বত বিয়পাই থকা বুলি প্ৰকাশ কৰি কুৱামিয়ে কয় যে যুদ্ধৰ সময়ত বিপক্ষৰ বিষয়ত কিছুমান উৰা বাতৰি প্ৰচাৰ কৰাটো পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ একপ্ৰকাৰৰ যুদ্ধ কৌশল। 


মুজতবা খামেনেই সন্দর্ভত কুৱামিয়ে কয় যে ২৮ ফেব্ৰুৱাৰীত ইজৰাইল-আমেৰিকাৰ আক্ৰমণৰ সময়ত খামেনেই সেই নির্দিষ্ট ভৱনটোতে আছিল। কিন্তু আল্লাৰ ইচ্ছা অনুসৰি বিস্ফোৰণৰ আগমুহূৰ্তত তেওঁ ভৱনটোৰ বাহিৰলৈ ওলাই গৈছিল। 


আল্লাই তেওঁক জীয়াই ৰাখিব বিচাৰিলে বুলি প্রকাশ কৰি কুৱামিয়ে কয় যে মুজতবা খামেনেই সম্পূর্ণ সুস্থ আৰু দেশৰ প্ৰশাসনিক কাম-কাজত ব্যস্ত হৈ আছে। তেওঁৰ তত্ত্বাৱধানতে আমেৰিকাৰে আলোচনাৰ প্ৰক্ৰিয়া আৰু যুদ্ধৰ কাম-কাজো চলি আছে। বৰ্তমানৰ পৰিস্থিতি খামেনেইৰ সম্পূৰ্ণ নিয়ন্ত্রণত আছে বুলিও কুৱামিয়ে প্রকাশ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান