--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰৈ ৰৈ বিনালে প্ৰত্যক্ষ কৰি আবেগিক হৈ মনোজ বৰঠাকুৰৰ কয় 'গল্ডিৰ সৃষ্টিক নৱ প্ৰজন্মই আগুৱাই নিব লাগিব । হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই।'

ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যৰ চিনেমা হলত দৰ্শকৰ ভিৰ । বৰষুণত তিতি-বুৰিও চাবলৈ আহিল ৰৈ-ৰৈ বিনালে। 


আজি বিষণ্ণ মনেৰে ৰৈ ৰৈ বিনালে প্ৰত্যক্ষ কৰিলে জুবিন গাৰ্গৰ সম্বন্ধীয় খুৰাক তথা জ্যেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰে । জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গ আৰু পামি বৰঠাকুৰৰ সৈতে আৰক্ষীক এজাহাৰ দাখিল কৰিছিল সম্বন্ধীয় খুৰাক মনোজ বৰঠাকুৰে ।


ৰৈ ৰৈ বিনালে প্ৰত্যক্ষ কৰি আবেগিক হৈ মনোজ বৰঠাকুৰৰ কয় 'গল্ডিৰ সৃষ্টিক নৱ প্ৰজন্মই আগুৱাই নিব লাগিব । হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই।'


তেওঁ আগলৈ কয়,'মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে হত্যাৰ কথাটো আমিও সমৰ্থন কৰো । মুঠতে গল্ডিয়ে ন্যায় পাব লাগে আৰু ন্যায়পালিকাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। ন্যায় পাব বুলি আমাৰ বিশ্বাস ।'


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা