--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হাতে হাতে প্লে' কাৰ্ড লৈ নিজৰ প্ৰাপ্যৰ দাবীত এইদৰে অৱস্থান ধৰ্মঘট পালন কৰে বৰপেটা জিলাৰ ৫ শতাধিক NHM কৰ্মচাৰীয়ে ।

ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাতো NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি।


NHM কৰ্মচাৰী সকলক সপ্তম দৰমহা আয়োগৰ আওতাত অন্তৰ্ভুক্ত কৰাৰ লগতে সমকামৰ সম দৰমহা, স্বাস্থ্য বিভাগৰ খালি পদত পোনপটীয়া নিযুক্তিৰ ব্যৱস্থা কৰা, নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত গ্ৰেচুইটি, পেঞ্চন, ডেথ বেনিফিট, চাৰ্ভিচ বুক ফেচিলিটীসহ অন্যান্য সা সুবিধা সমহাৰত প্ৰদানৰ দাবীত তিনিদিনীয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি পালন কৰে। 


হাতে হাতে প্লে' কাৰ্ড লৈ নিজৰ প্ৰাপ্যৰ দাবীত এইদৰে অৱস্থান ধৰ্মঘট পালন কৰে বৰপেটা জিলাৰ ৫ শতাধিক NHM কৰ্মচাৰীয়ে ।আগন্তুক দিনত এই দাবী চৰকাৰে মানি নল'লে আন্দোলন আৰু অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰে NHM স্বাস্থ্য কৰ্মীসকলে ।


ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উদ্দেশ্যি NHM কৰ্মচাৰীয়ে এটা গীত পৰিবেশনেৰে কৰ্মচাৰী সকলৰ দুখ দূৰ্দশা প্ৰকাশ কৰে। গীতটোৰ জৰিয়তে NHM কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ বাবেও কাতৰ আহ্বান জনায় কৰ্মচাৰী সকলে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা