--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজি দ্বিতীয় দিনাখনো দেখিবলৈ পোৱা গল একেই দৃশ্য। প্ৰতিবাদ স্থলীৰ সন্মুখত হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গক জনালে শ্ৰদ্ধাঞ্জলি।

ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে বজালীৰ পাঠশালা শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়তো তিনিদিনীয়াকৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী সকলে। 


আজি দ্বিতীয় দিনাখনো দেখিবলৈ পোৱা গল একেই দৃশ্য। প্ৰতিবাদ স্থলীৰ সন্মুখত হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গক জনালে শ্ৰদ্ধাঞ্জলি। সম কাম সম দৰমহা, পেঞ্চনৰ ব্যৱস্থা, ঠিকাভিত্তিক কৰ্মচাৰীক স্থায়ীভাৱে নিযুক্তি কৰা আদি দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। 


আনহাতে হাতে হাতে প্লে কাৰ্ড,বেনাৰ লৈ প্ৰতিবাদ উত্তাল কৰি তোলে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী সকলে।ইয়াৰ লগতে গান গাইয়ো প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী সকলক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা