--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শিৱসাগৰৰ জাঁজীত ক্ষতিগ্ৰস্ত গাহৰিপালক । জিলাখনত প্ৰায় ২০কোটিৰো টকাৰো অধিক মূল্যৰ গাহৰিৰ মৃত্যু হোৱা বুলি ঠাৱৰ কৰা হৈছে ।

ডিজিটেল ডেস্কঃ গাহৰি পালনৰ যোগেৰে আত্মসংস্থাপনৰ বাট মুকলি কৰি লোৱা শিক্ষিত নিবনুৱাৰ মাজত এতিয়া হাহাকাৰ । ভয়ানক ৰূপত ক্ষতিগ্ৰস্ত হৈছে থলুৱা গাহৰি পালক। ৫ ৰপৰা ৭ কোটি মূল্যৰ গাহৰি নিধন জাঁজী-জামুগুৰি অঞ্চলত ।


শিৱসাগৰৰ জাঁজীত ক্ষতিগ্ৰস্ত গাহৰিপালক । জিলাখনত প্ৰায় ২০কোটিৰো টকাৰো অধিক মূল্যৰ গাহৰিৰ মৃত্যু হোৱা বুলি ঠাৱৰ কৰা হৈছে । গ্ৰাম্য অৰ্থনীতিত অভূতপূৰ্ব অৰিহণা আগবঢ়াই অহা ক্ষতিগ্ৰস্ত থলুৱা গাহৰিপালক সকলক সাহাৰ্য আগবঢ়াব পৰাকৈ বিভাগৰ হাতত নাই কোনো আঁচনি ।


আনহাতে বহি ৰাজ্যৰ গাহৰি চিণ্ডিকেটৰ ফলতো ক্ষতিগ্ৰস্ত থলুৱা গাহৰিপালক ।শিৱসাগৰ জিলা প্ৰশাসনে গাহৰি আৰু মাংস কিনা বেচা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পাছতেই আৰম্ভ হৈছে গাহৰি নিধন যজ্ঞ ।


দহৰ পৰা পোন্ধৰ লাখলৈকে লোকচান হোৱা থলুৱা গাহৰিপালক সকলৰ চৰকাৰলৈ আহ্বান 'অসমৰ অৰ্থনীতিত অৱদান আগবঢ়োৱা থলুৱা উদ্যোগটোক নিশেষ হ'বলৈ নিদিব আমাক সহায় কৰক ।'


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা