--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই উপলক্ষে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ খেলপথাৰত বিভিন্ন বিদ্যালয়/মহাবিদ্যালয় / বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আখৰাত ব্যস্ত হৈ পৰিছে।

ডিজিটেল ডেস্কঃ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ চতুদৰ্শ মৃত্যুবাৰ্ষিকী উপলক্ষে অনুষ্ঠিত হ'বলগীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে পৰিবেশন কৰিব সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে…।


এই উপলক্ষে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ খেলপথাৰত বিভিন্ন বিদ্যালয়/মহাবিদ্যালয় / বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আখৰাত ব্যস্ত হৈ পৰিছে। 


সকলোৱে সমস্বৰে গাইছে ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে…।


এই সন্দৰ্ভত এক সংবাদমেলত সম্বোধন কৰি কোকৰাঝাৰ জিলা আয়ুক্ত মাছান্দা এম পাৰ্টিনে কয় যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সতে সংগতি ৰাখি মানুহে মানুহৰ বাবে গীতেৰে এক মানৱ শৃংখল কাৰ্যসূচীও হাতত লোৱা হৈছে। 


কাইলৈৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, বিশিষ্ট অতিথি হিচাপে উৰ্খাও গৌৰা ব্ৰহ্ম উপস্থিত থাকিব । 


আনহাতে বড়োলেণ্ড বিশ্ববিদ্যালয়, কোকৰাঝাৰ বিশ্ববিদ্যালয়, বিজ্ঞান মহাবিদ্যালয় আদিকে ধৰি আন কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কাইলৈ একেলগে গাব মানুহে মানুহৰ বাবে…






FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা