--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অভিযোগ অনুসৰি কলেজত ক্লাছ চলি থকা অৱস্থাত এগৰাকী ছাত্ৰী গেটৰ বাহিৰলৈ ওলাই যাব বিচাৰিছিল।

ডিজিটেল ডেস্ক : মৈৰাবাৰী মহাবিদ্যালয়ত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। কলেজ খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকসহ কেইবাগৰাকী সদস্যক মাৰপিট প্ৰাক্তন ছাত্ৰ এজনৰ।



অভিযোগ অনুসৰি কলেজত ক্লাছ চলি থকা অৱস্থাত এগৰাকী ছাত্ৰী গেটৰ বাহিৰলৈ ওলাই যাব বিচাৰিছিল। সেইসময়তে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক গৰাকীয়ে ছাত্ৰীজনীলৈ শৃঙ্খলা ভংগ নকৰাৰ অনুৰোধ জনায়। এই ঘটনাক কেন্দ্র কৰি ছাত্ৰীজনীৰ পৰিচিত প্ৰাক্তন ছাত্ৰ ৰাভিচ নামৰ এজন যুৱক জনে কলেজত উপস্থিত হৈ সাধাৰণ সম্পাদকজনক শাৰীৰিকভাৱে প্ৰহাৰ কৰে আৰু প্ৰাণে মৰাৰ ভাবুকিও দিয়ে।


উক্ত ঘটনাই ইতিমধ্যে কলেজ পৰিবেশত উত্তেজনা সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী সকলে একত্ৰিত হৈ মৈৰাবাৰী আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছে। অভিযোগত ৰাভিচ নামৰ যুৱক জনৰ বিৰুদ্ধে শাস্তিমূলক ব্যবস্থা লৈ দোষীক ততালিকে কৰায়ত্ত কৰিবলৈ আৰক্ষীৰ সহায় বিচাৰিছে ।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ