--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চিনেমা হলটোৰ বৰ্তমান পৰিৱেশ সন্দৰ্ভত বিভিন্ন দিশ পৰ্যবেক্ষণ কৰাৰ লগতে স্বত্বাধিকাৰী, পৰিচালক আৰু জুবিন ফেন ক্লাবৰ সদস্য সকলৰ সৈতে আলোচনাত মিলিত হয় ৷

ডিজিটেল ডেস্কঃ জাগীৰোডৰ গণেশ টকিজ চিনেমা হলত উপস্থিত হয় জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালেৰ এগৰাকী প্ৰযোজক শ্যামন্তক গৌতম ৷ 


চিনেমা হলটোৰ বৰ্তমান পৰিৱেশ সন্দৰ্ভত বিভিন্ন দিশ পৰ্যবেক্ষণ কৰাৰ লগতে স্বত্বাধিকাৰী, পৰিচালক আৰু জুবিন ফেন ক্লাবৰ সদস্য সকলৰ সৈতে আলোচনাত মিলিত হয় ৷ অতি শীঘ্ৰেই জাগীৰোডৰ গণেশ টকিজত ৰৈ ৰৈ বিনালে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব বুলি সংবাদ মাধ্যমক অবগত কৰে প্ৰযোজক শ্যামন্তক গৌতমে ৷ 


জাগীৰোডৰ চিনেমা হলটো পুনৰ কাৰ্যক্ষম কৰাৰ জুবিন গাৰ্গৰ সপোন বাস্তৱায়িত হোৱাত সুখ প্ৰকাশ কৰে প্ৰযোজক গৰাকীয়ে ৷ আনহাতে মুম্বাইৰ পৰা অহা চাউণ্ড ইঞ্জিনিয়াৰ অমৃত প্ৰীতমেও শ্যামন্তক গৌতমক সংগ দি পৰিদৰ্শন কৰে হলটো ৷ ভাইমন দা ছবিৰ চিত্ৰগ্ৰহণ হোৱা হলটো চলি থাকিবলৈ সকলোকে সহযোগ কৰিবলৈ আহ্বান জনায় অমৃত প্ৰীতমে ৷ 


উল্লেখ্য যে, জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে প্ৰদৰ্শনৰ বাবে পুনৰ মুকলি কৰা হৈছে বিগত ৬ বছৰে বন্ধ হৈ থকা জাগীৰোডৰ গণেশ টকিজ ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা