--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পঞ্জাবৰ মুখ্য সচিব কে এ পি সিনহাই ৰাজ্যখনৰ সকলো জিলা দণ্ডাধীশক দুর্যোগ ব্যৱস্থাপনা আইন, ২০২৫ৰ ৩৪ ধাৰাৰ অধীনত দুৰ্যোগৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি যিকোনো আৱশ্যকীয় আদেশ জাৰি কৰিবলৈ কর্তৃত্ব প্রদান কৰে।

ডিজিটেল ডেস্ক : বান বিধ্বস্ত পঞ্জাৱক 'দুর্যোগপীড়িত' ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে।


পঞ্জাবৰ মুখ্য সচিব কে এ পি সিনহাই ৰাজ্যখনৰ সকলো জিলা দণ্ডাধীশক দুর্যোগ ব্যৱস্থাপনা আইন, ২০২৫ৰ ৩৪ ধাৰাৰ অধীনত দুৰ্যোগৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি যিকোনো আৱশ্যকীয় আদেশ জাৰি কৰিবলৈ কর্তৃত্ব প্রদান কৰে।


বান বিধ্বস্ত লোকসকলক সাহায্য প্রদান কৰিবলৈ সকলো জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক উপযুক্ত আৰু ক্ষিপ্ৰ ব্যৱস্থা প্ৰদান কৰিবলৈ আহ্বান জনাইছে। সম্প্রতি ৰাজ্যখনৰ


১২০০খন গাঁও জলমগ্ন হৈ আছে। ইপিনে, বতৰ বিজ্ঞান বিভাগে (আই এম ডি) পঞ্জাব, হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰত ধাৰাসাৰ বৰষুণৰ হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰে'ড এলার্ট জাৰি কৰিছে। বিভাগে জনোৱা অনুসৰি পঞ্জাব, উত্তৰাখণ্ড, হিমাচল প্রদেশ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পূব অংশত বৃহস্পতিবাৰে মুষলধাৰ বৰষুণ অব্যাহত থাকিব।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ