--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে অসম সন্তান ৰীমা দাসে

ডিজিটেল ডেস্ক : অসমীয়া ছবিক অস্কাৰৰ দুৱাৰডলিলৈকে লৈ যাবলৈ সক্ষম হোৱা প্রসিদ্ধ পৰিচালক ৰীমা দাসে পুনৰবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।



পুনৰ এক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে অসম সন্তান ৰীমা দাসে। তেওঁ ২৫ সংখ্যক নিউয়র্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে।


ভিলেজ ৰকষ্টাৰ্ছ ২' ছবিখনৰ বাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হৈছে। এই মহোৎসৱতে তেওঁক 'এক্সেলেন্স এৱাৰ্ড ফৰ ৱ'মেন ফিল্মমেকাৰ'ৰ সন্মানো প্রদান কৰা হয়। লক্ষণীয় যে এই অনুষ্ঠানত তেওঁৰ 'ভিলেজ ৰকষ্টাৰ্ছ ২' ছবিখনে শ্ৰেষ্ঠ ছবিৰ শিতানত নমিনেশ্যনো লাভ কৰিছিল। দেওবাৰে মহোৎসৱত তেওঁৰ ছবিখন প্ৰদৰ্শন কৰা হয়।


উল্লেখযোগ্য যে শ্রেষ্ঠ পৰিচালকৰ সন্মানৰ দৌৰত তেওঁ দেশৰ প্ৰখ্যাত পৰিচালক অনুৰাগ কাশ্যপ, গৌতম ঘোষ, নিখিল মহাজন, সুমন ঘোষ আৰু ৰাম ৰেড্ডীৰ দৰে পৰিচালকক পিছ পেলাই শ্রেষ্ঠত্ব অর্জন কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ