--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মানুহে দ্ৰুতগতিত হালধিৰ ট্ৰেণ্ডটো গ্ৰহণ কৰিছে, আৰু তেওঁলোকৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছ

ডিজিটেল ডেস্কঃ যদি আপুনি ছ’চিয়েল মিডিয়াৰ প্ৰতি আকৰ্ষিত, তেন্তে প্ৰতিদিনে কি নতুন ট্ৰেণ্ড ঘটিছে তাৰ ওপৰত নিশ্চয় চকু ৰাখিছে।


প্ৰায়ে কিবা এটা অনন্য কথা ভাইৰেল হৈ পৰে, আৰু বৰ্তমান "পানী আৰু হালধি"ৰ ট্ৰেণ্ডটো বহুত চৰ্চিত। ইয়াত মানুহে ফোনটোৰ টৰ্চত গিলাচ এটা দি তাত পানী আৰু হালধিৰ গুৰি ঢালি দিয়ে, যাৰ ফলত এক বিশেষ দৃশ্যৰ সৃষ্টি হয়। মানুহে দ্ৰুতগতিত হালধিৰ ট্ৰেণ্ডটো গ্ৰহণ কৰিছে, আৰু তেওঁলোকৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছ।


বৈজ্ঞানিক কাৰণ


হালধি আমাৰ দৈনন্দিন জীৱনত খাদ্যৰ বাবে ব্যৱহাৰ কৰা এবিধ মচলা। যেতিয়া ই পানীত মিহলি কৰা হয়, তেতিয়া মিশ্ৰণটো অধিক উজ্জ্বল হৈ জ্বলি থকা যেন লাগে। ইয়াৰ মূল কাৰক হৈছে হালধিত থকা Curcumin নামৰ প্ৰাকৃতিক ৰঞ্জক। ই চেনী বা নিমখৰ দৰে সম্পূৰ্ণ মিহলি হৈ নাযায়। হালধিত থকা সৰু সৰু কণিকাবোৰ পানীত ওপঙি থাকে। সেয়ে ই উজ্জ্বল হৈ পৰে। Curcuminৰ যথেষ্ঠ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ আছে, যি ছালৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়।


যদি আমি হালধিৰ গুড়ি বা এটা ভিটামিন B2-ৰ কেপচুল কথা ক’বলৈ যাও, তেন্তে Ultraviolet ৰশ্মিৰ পোহৰত পানীক উজ্জ্বল কৰি তোলে। যেতিয়া ইয়াৰ ওপৰত সূৰ্যৰ পোহৰ বা ফ্লাছৰ পোহৰ পৰে, তেতিয়া এই কণিকাবোৰে সেই পোহৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটায়। সেই বাবে মোবাইল ফ্লেছৰ ওপৰত থোৱা কাঁচৰ পানীৰ গিলাচত হালধি গুড়ি বা ভিটামিন B2 মিহলালে উজ্জ্বলতা দেখা যায়। সেয়ে সকলোৱে পোহৰৰ এই যাদু চাই আনন্দ পাইছে।


trend complete haldi water # trend # haldi water# fyp# foryoupage # foru#  viral # viral video TikTok # fypppppppp""")"""' fyp"")""  fypppppppppppppppppp


এই ভিডিঅ'টো প্ৰথমে ১৫ জুন তাৰিখে ইনষ্টাগ্ৰাম হেণ্ডেল @prince_poovathingal ৰ পৰা পোষ্ট কৰা হৈছিল, যিটোৱে বাতৰি লিখাৰ সময়লৈকে ৭৭ লাখ ভিউ আৰু ৫ লাখ ৫৭ হাজাৰ লাইক লাভ কৰিছে। আনহাতে ১ হাজাৰতকৈ অধিক ব্যৱহাৰকাৰীয়ে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বহু ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টোক হৃদয়স্পৰ্শী বুলি ক’লেও কিছুমানে কৌতুহল প্ৰকাশ কৰি সুধিলে যে পানীত সেই গুড়িটো কি যোগ কৰা হৈছে? যাৰ উত্তৰত কোৱা হৈছিল যে ই হালধি।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ