--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • টিংখাঙৰ কেন্দুগুৰি অঞ্চলৰ পপলিন ছেত্ৰীয়ে কণ্ঠদান কৰা ' ৰৈ ৰৈ বিনালে' ৰ আদিবাসী সংকলন ' ৰখে ৰখে ডাকিল ' শীৰ্ষক গীতটোৱে ইতিমধ্যে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে।

ডিজিটেল ডেস্ক : হিয়াৰ আমঠু প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ অতি জনপ্ৰিয় " ৰৈ ৰৈ বিনালে" গীতটি এইবাৰ চাহ জনগোষ্ঠীয় ( আদিবাসী ) ভাষাত অনুবাদ কৰি কণ্ঠদান কৰিছে টিংখাঙৰ এগৰাকী কণ্ঠশিল্পীয়ে। 


টিংখাঙৰ কেন্দুগুৰি অঞ্চলৰ পপলিন ছেত্ৰীয়ে কণ্ঠদান কৰা ' ৰৈ ৰৈ বিনালে' ৰ আদিবাসী সংকলন ' ৰখে ৰখে ডাকিল ' শীৰ্ষক গীতটোৱে ইতিমধ্যে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে এই প্ৰয়াস পপলিন ছেত্ৰীৰ। 


ভৱিষ্যতে জুবিন গাৰ্গৰ অন্য গীত সমূহো আদিবাসী ভাষাত কণ্ঠদান কৰাৰ মন পুহি ৰখা পপলিন ছেত্ৰীয়ে গীতটোৰ জৰিয়তে প্ৰয়াত শিল্পী গৰাকীৰ মৃত্যুৰ ন্যায়ৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়। গীতটো অনুবাদৰ ক্ষেত্ৰত সহায় কৰিছে খুড়াক ক্ষত্ৰিয় সঞ্জীৱ ছেত্ৰীয়ে। 

  উল্লেখযোগ্য যে সৰুৰে পৰা সংগীতৰ প্ৰতি গভীৰ আগ্ৰহ থকা পপলিন ছেত্ৰীয়ে ইতিপূৰ্বে অসমীয়া, হিন্দী, আদিবাসী আদি ভাষাত বহু গীতত কণ্ঠদান কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন