--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চলিত বিধান সভাতে ৰাজ্য চৰকাৰে আনিছে দ্যা আছাম ফিক্সেচন অৱ চিলিং অন হ’ল্ডিংছ ( এমেন্টমেন ) বিল -২০২৫ ৷ এই আইনৰ অধিনত বাগিছাৰ শ্ৰমিকে লাভ কৰিব ভূমিপট্টা।

ডিজিটেল ডেস্ক : স্বাধীনতাৰ পৰৱৰ্তী সময়ত ৰাজ্যৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা এক সাহসী সিদ্ধান্তই আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্যৰ লাখ-লাখ চাহ শ্ৰমিকলৈ ৷ এটুকুৰা নিজা মাটিৰ সপোন দিঠক হোৱাৰ পথত চাহ শ্ৰমিকৰ । 


বিজেপি চৰকাৰৰ এই সিদ্ধান্তক লৈ বাগিছাই-বাগিছাই দেখা গৈছে চাহ শ্ৰমিকৰ মাজত আনন্দৰ লহৰ । চলিত বিধান সভাতে ৰাজ্য চৰকাৰে আনিছে দ্যা আছাম ফিক্সেচন অৱ চিলিং অন হ’ল্ডিংছ ( এমেন্টমেন ) বিল -২০২৫ ৷ এই আইনৰ অধিনত বাগিছাৰ শ্ৰমিকে লাভ কৰিব ভূমিপট্টা। 


একেই আনন্দ দেখা গ'ল ভেৰগাঁৱৰ ডিমাকুছি চাহ বাগিছাত। শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া দাৱীক চৰকাৰে মান্যতা দিয়াৰ লগে-লগে সমাধানৰ পথত ভূমিপট্টাৰ সমস্যা । স্বাধীনতাৰ পৰৱৰ্তী সময়ত কোনো এখন চৰকাৰে সমাধান কৰিব নোৱাৰা এটা সমস্যা বিজেপি চৰকাৰে সমাধান কৰাৰ বাবে এতিয়া চৰকাৰক ধন্যবাদ দিছে চাহ শ্ৰমিকৰ লগতে আদিবাসী ছাত্ৰ সন্থাই। 


ওদালগুৰিৰ আছা নেতা বাবুল পাইক আৰু কেন্দ্ৰীয় সমিতিৰ আছা নেতা ৰবিৰাম বাক্সে চৰকাৰৰ এই সাহসী সিদ্ধান্তক প্ৰশংসা কৰিছে । চৰকাৰক ধন্যবাদ দি আছা নেতা দুগৰাকীয়ে এই আইনৰ আওঁতাত যাতে প্ৰতিজন চাহ শ্ৰমিকে পৰ্যাপ্ত মাটিৰ পট্তা লাভ কৰিব পাৰে সেয়া নিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৷ ইফালে দুই আছা নেতাই ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীৰ লগতে আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অতি শীঘ্ৰে পুনৰবাৰ দাবী জনায় মুখ্যমন্ত্ৰীক। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ