--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতে বিধ্বস্ত কৰাৰ তিনি মাহৰ পাছত বায়ু সেনাৰ ভাইচ চীফ অব দ্য এয়াৰ ষ্টাফে শনিবাৰে অপাৰেশ্যন সেন্দূৰৰ এটা নতুন ভিডিঅ' প্ৰচাৰ কৰি অভিযানটোৰ বিশদ তথ্য দাঙি ধৰে

ডিজিটেল ডেস্কঃ পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদী ঘাটিসমূহ ভয়ংকৰ আক্রমণেৰে ভাৰতে বিধ্বস্ত কৰাৰ তিনি মাহৰ পাছত বায়ু সেনাৰ ভাইচ চীফ অব দ্য এয়াৰ ষ্টাফে শনিবাৰে অপাৰেশ্যন সেন্দূৰৰ এটা নতুন ভিডিঅ' প্ৰচাৰ কৰি অভিযানটোৰ বিশদ তথ্য দাঙি ধৰে।


এন ডি টিভি ডিফেন্স চামিট, ২০২৫ত ভাষণ দি এয়াৰ মাৰ্শ্বাল নৰ্মদেশ্বৰ তিৱাৰীয়ে কয় যে পাকিস্তানক যুদ্ধ বিৰতিৰ পৰ্যায়লৈ আনিবলৈ ভাৰতীয় বায়ু সেনাই কমেও ৫০টা অস্ত্র পাকিস্তানলৈ নিক্ষেপ কৰিছিল। এয়াৰ মাৰ্শ্বাল তিৱাৰীয়ে কয় যে এই অস্ত্ৰৰ দ্বাৰা বৃহৎসংখ্যক লক্ষ্যত আঘাত হনা হৈছিল আৰু ৯টাকৈ সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত কৰা হৈছিল।


৫০টাকৈ অস্ত্র নিক্ষেপ কৰাৰ পাছত পাকিস্তানে সেও মানি যুদ্ধ বিৰতিৰ প্ৰস্তাৱ আগবঢ়াইছিল। তিৱাৰীয়ে কয় যে যুদ্ধ এখন কৰিবলৈ সহজ, কিন্তু যুদ্ধখন অন্ত পেলাবলৈ বৰ কঠিন। এই কথাই মনত ৰাখি আমাৰ দেশৰ সামৰিক বাহিনীক আমি সক্ৰিয় কৰি তেওঁলোকক নিয়োজিত কৰিছিলোঁ আৰু তেওঁলোক যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ সাজু হৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ