--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰাজহুৱা খণ্ডৰ তেল কোম্পানী ইণ্ডিয়ান অইল, ভাৰত পেট্র লিয়াম আৰু হিন্দুস্তান পেট্রলিয়ামৰ মাহে সৰ্বমুঠ ৩০ হাজাৰ কোটি টকাকৈ লোকচান হৈ আছে।

ডিজিটেল ডেস্ক : পশ্চিম এছিয়াৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ ফলত ভাৰতৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহ বৃহৎ লোকচানৰ সন্মুখীন হৈছে। ইৰান-আমেৰিকাৰ যুদ্ধৰ ফলত তেহৰান কর্তৃপক্ষই হৰমুজ প্রণালী অৱৰোধ কৰি ৰখাত তেল, গেছ পৰিবাহী হাজাহসমূহে পাৰস্য উপসাগৰ পাৰ হ'ব পৰা নাই। ইয়াৰ ফলত বিশ্বত পেট্রল, ডিজেল আৰু ৰন্ধন গেছৰ দাম বৃদ্ধি হৈছে। 


কিন্তু গোলকীয় মূল্যবৃদ্ধিৰ পাছতো ভাৰতে পূৰ্বৰ দামতে এই পেট্রলিয়ামজাত পণ্য সামগ্রীসমূহ গ্রহকক যোগান ধৰি আহিছে। যাৰ ফলত দেশৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে মাহে ৩০ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। এই তথ্য প্রকাশ কৰিছে কেন্দ্ৰীয় পেট্রলিয়াম মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব সুজাতা শর্মাই। 


তেওঁ প্রকাশ কৰে যে ৰাজহুৱা খণ্ডৰ তেল কোম্পানী ইণ্ডিয়ান অইল, ভাৰত পেট্র লিয়াম আৰু হিন্দুস্তান পেট্রলিয়ামৰ মাহে সৰ্বমুঠ ৩০ হাজাৰ কোটি টকাকৈ লোকচান হৈ আছে। পেট্রল, ডিজেল আৰু ৰন্ধন গেছৰ উপৰি বিমানৰ ইন্ধন, জেট ইন্ধন আদিৰ নামতো এই তেল কোম্পানীসমূহ বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান