--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জুবিন গাৰ্গে উপাৰ্জন কৰা কোটি কোটি টকা সিদ্ধাৰ্থই নিজৰ ৬ টা বেংক একাউন্টত জমা কৰিছিল ।

ডিজিটেল ডেস্ক: আজি আদালতৰ মজিয়াত উন্মোচিত হ'ল সিদ্ধাৰ্থৰ বহু গোপন লেনদেনৰ তথ্য। জুবিন গাৰ্গে উপাৰ্জন কৰা কোটি কোটি টকা সিদ্ধাৰ্থই নিজৰ ৬ টা বেংক একাউন্টত জমা কৰিছিল ।


ICICI জটিয়া শাখা, বন্ধন বেংক শিলপুখুৰী শাখা, এক্সিছ বেংক পল্টনবজাৰ শাখাত ৰাখিছিল ১ কোটি ৫৬ লাখ টকা। সিদ্ধাৰ্থৰ ভাতৃ দীপক শৰ্মাৰ বেংক একাউন্টত জমা ৰাখিছিল ৬৮ লাখ ৯১ হাজাৰ টকা। কিন্তু কেৱল অধ্যয়ন কৰি থকা দীপক শৰ্মাই সেই টকাৰ কোনো উৎস দেখুৱাব পৰা নাছিল ।


একেদৰে সিদ্ধাৰ্থৰ মাতৃ সুমন শৰ্মাৰ একাউন্টত জমা ৰাখিছিল ১ কোটি ৩৫ লাখ টকা।এই সমূহ টকা সিদ্ধাৰ্থই খটাইছিল মানপাৰাৰ ফ্লেট ক্ৰয়, মহাবীৰ একোৱা, ৰয়েল হেৰিটেজ হোটেলত। লগতে অন্য ৬ টা অস্থাৱৰ সম্পত্তি ক্ৰয় কৰিছিল। ইয়াৰ ওপৰিও সিদ্ধাৰ্থৰ প্ৰেমিকাক দিছিল বহু দামী দামী উপহাৰ ।সিদ্ধাৰ্থৰ এই ধন proced of crime বুলি আদালতৰ মজিয়াত উন্মোচন হৈছে।


এই ধনখিনি সিদ্ধাৰ্থে নিজৰ বুলি আদালতত প্ৰমাণ কৰিব পৰা নাই। পৰৱৰ্তী সময়তো সিদ্ধাৰ্থে সেই ধনৰ উৎস দেখুৱাব নোৱাৰিলে জুবিন গাৰ্গৰ নিকট আত্মীয় অথবা ট্ৰাষ্টলৈ হস্তান্তৰ হ’ব সমুদায় ধন। চৰকাৰী অধিবক্তা জিয়াউল কামাৰে সদৰী কৰে এই তথ্য।


আজি সিদ্ধাৰ্থ শৰ্মা মালিকানাধীন মহাবীৰ একুৱা জব্দ কৰাৰ নিৰ্দেশ দিয়ে ফাষ্ট্ৰাত উন্মোচন হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান