--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সৰুছলাৰ ৰমজান আলীৰ পুত্ৰ আতাবুৰ ৰহমানৰ লগত ৰূপহী হাটৰ লাওখোৱাৰ মাইনুল ইছলামৰ কণ্যা মানিক জানৰ সৈতে ৩ বছৰ ৬ মাহ পুৰ্বে হৈছিল বিবাহ।

ডিজিটেল ডেস্কঃ মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত সৰুছলাত ঘটিলে এক আজৱ কাণ্ড। স্বামী ঘৰত নথকা সুযোগত পত্নীয়ে লুটি নিলে ১ লাখ ৬০ হেজাৰ টকা। 


জানিব পৰা মতে,সৰুছলাৰ ৰমজান আলীৰ পুত্ৰ আতাবুৰ ৰহমানৰ লগত ৰূপহী হাটৰ লাওখোৱাৰ মাইনুল ইছলামৰ কণ্যা মানিক জানৰ সৈতে ৩ বছৰ ৬ মাহ পুৰ্বে হৈছিল বিবাহ।


ভালে ভালে দিনবোৰ পাৰ হৈছিল যদিও আজি এসপ্তাহ ধৰি আতাবুৰ ৰহমানৰ শশুৰ মাইনুল ইছলাম আৰু শাশুৰি ৰহিমা খাতুনে নানা ধৰণে মানসিক অত্যাচাৰ কৰি আহিছিল আতাবুৰ ৰহমানক।আতাবুৰ ৰহমানৰ শাহু ৰহিমা খাতুনৰ কু-পৰামৰ্শ দিয়াৰ পিছতেই আজি দিনৰ ১০ মান বজাত পত্নী মানিক জানে স্বামী গৃহত নথকা সুযোগত স্বামী ৰ টেবুলৰ পৰা ৬০ হাজাৰ আৰু ভাতৃ মতিবুৰ ৰহমানৰ আলমীৰাৰ পৰা ১ লাখ টকা লৈ যায়। 


ইপিনে স্বামী আতাবুৰ ৰহমান উপায় বিহীন হৈ পত্নী মানিক জান,শহুৰ মাইনুল ইছলাম আৰু শাহু ৰহিমা খাতুনৰ বিৰুদ্ধে মৈৰাবাৰী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ