--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কয়চৰৰ ডিঙিত দাগ দেখা পাই পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্ৰীভূমি অসামৰিক চিকিৎসালয় লৈ প্ৰেৰন কৰে।

ডিজিটেল ডেস্কঃ বদৰপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। ঘটনাৰ অভিযোগ মতে শ্ৰীভূমিৰ জিলাৰ বদৰপুৰৰ হৰিনাদিক গাঁৱৰ বৰতল এল পি স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ কয়চৰ হোছেইনৰ মৃতদেহ নিশাৰ ভাগত এটা পৰিত্যক্ত ঘৰৰ কাষৰ পৰা উদ্ধাৰ হয়।  


কয়চৰৰ ডিঙিত দাগ দেখা পাই পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্ৰীভূমি অসামৰিক চিকিৎসালয় লৈ প্ৰেৰন কৰে। পৰিয়ালৰ অভিযোগ কয়চৰ হুছেইনক পৰিকল্পিত ভাৱে হত্যা কৰা হৈছে। 


এতিয়া আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ অহাৰ পিছত আচলতে স্পষ্ট হ'ব ঘটনাৰ আঁৰৰ কাহিনী। কিন্ত এতিয়া প্ৰশ্ন হয় হত্যা হ'লে কিহৰ বাবে এই শিশুক হত্যা কৰা হ'ল। আৰু আত্মহত্যা হ'লেও কিহৰ বাবে শিশুটোৱে কৰিলে ! এয়া আৰক্ষীৰ তদন্তত প্ৰকৃত ঘটনাৰ ৰহস্য উদ্ঘাটন হব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ