--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্তমান অষ্ট্ৰেলিয়াৰ দলটোৱে শ্ৰীলংকা ভ্ৰমণৰ সময়ত দুখন মেচৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ খেলিছে। এই মেচত অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ স্মিথে বিশেষ দ্বৈত শতকৰ দিশে আগবাঢ়িছে।

স্মিথৰ চকু টিম ইণ্ডিয়াৰ প্ৰাক্তন খেলুৱৈ তথা প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ বিশ্ব অভিলেখৰ ওপৰত। একে সময়তে স্মিথে নিজৰ দলৰ অভিলেখ অৰ্থাৎ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙৰ অভিলেখ ভংগ কৰিছে।

আচলতে এই অভিলেখ টেষ্ট ক্ৰিকেটত সৰ্বাধিক কেচ লোৱাৰ বাবে। শ্ৰীলংকাৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টেষ্টৰ প্ৰথম ইনিংছত স্মিথে ২টা কেচ লৈ ৰিকি পণ্টিঙৰ অভিলেখ ভংগ কৰে।

টেষ্ট ক্ৰিকেট কেৰিয়াৰত পণ্টিঙে ১৯৬টা কেচ লয়। এতিয়া স্মিথে এই সংখ্যা অতিক্ৰম কৰি ১৯৭টা কেচ কৰিবলৈ সক্ষম হৈছে।এতিয়া যদি স্মিথে দ্বিতীয় ইনিংছত ৩টা কেচ লয় তেন্তে টেষ্ট ক্ৰিকেটত কেচৰ দুটা শতক সম্পূৰ্ণ কৰিব।

টেষ্টত সৰ্বাধিক কেচ লোৱাৰ অভিলেখ ৰাহুল দ্ৰাবিড়ৰ নামত। দ্ৰাবিড়ে টেষ্ট কেৰিয়াৰত মুঠ ২১০টা কেচ লয়। এতিয়া স্মিথে নিজৰ কেৰিয়াৰত দ্ৰাবিড়ৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে নে নাই সেয়া চাবলৈ আগ্ৰহী সকলো ক্ৰিকেটপ্ৰমী।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ