--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীত সোমবাৰে পুৱা বিদ্যালয় খোলাৰ লগে লগে আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷ দিল্লীৰ প্ৰায় ৪০ খন বিদ্যালয়লৈ আহিছে বোমা বিস্ফোৰণৰ ভাবুকি। এনে পৰিস্থিতিত বিদ্যালয়ৰ  কৰ্তৃপক্ষই বিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক ঘৰলৈ পঠিয়াই দিয়ে আৰু তাৰ পাছতে আৰম্ভ হয় আৰক্ষীৰ তালাচী অভিযান৷    

ঘটনা ক্ৰম অনুসৰি  দিল্লীৰ এই বিদ্যালয়সমূহলৈ বোমা বিস্ফোৰণৰ ভাবুকিৰ ইমেইল প্ৰেৰণ কৰা হৈছিল। বিদ্যালয়ৰ ভৱনজুৰি বোমা সংস্থাপন কৰা বুলি উল্লেখৰাৰ লগতে লগতে ৩০ হাজাৰ ডলাৰ নোপোৱালৈকে বোমা নিষ্ক্ৰিয় কৰা নহ’ব বুলিও হুংকাৰ দিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, দেওবাৰে নিশা প্ৰায় ১১:৩০ বজাত এই ইমেইল প্ৰেৰণ কৰা হৈছিল। আজি পুৱাৰভাগত বিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হয়। বোমা বিস্ফোৰণে বিদ্যালয় ভৱনৰ বিশেষ ক্ষতি নকৰে যদিও বহুত আহত হ’ব বুলিও উল্লেখ কৰিছে ইমেইলটোত৷

এই ভাবুকিৰ দাবী সংলগ্ন ইমেইল দৃষ্টিগোচৰ হোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰা হয়। খবৰ লাভ কৰাৰ লগে লগে দিল্লী আৰক্ষীৰ দুটা দলে বিদ্যালয় দুখনত উপস্থিত হয়। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি বিদ্যালয়খনলৈ কোনে এই ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰিছিল তদন্ত চলাই আছে। অৱশ্যে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, ডগ স্কোয়াড, বোমা স্কোয়াড ভাবুকি লাভ কৰা বিদ্যালয়সমূহত উপস্থিত হৈ তালাচী অভিযান চলাইছে যদিও এতিয়ালৈকে কোনো ধৰণৰ বিস্ফোৰক উদ্ধাৰ হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ