--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনত মহাযুতি মিত্ৰজোঁটে বৃহৎ জয় লাভ কৰিছে। ইয়াৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ দেৱেন্দ্ৰ ফাড়নবিছ মুখ্যমন্ত্ৰী হয়।

 একে সময়তে প্ৰাক্তন মুখ্যমন্ত্ৰী একনাথ সিন্দেই উপ-মুখ্যমন্ত্ৰীৰ পদ গ্ৰহন কৰে। এতিয়া প্ৰশ্ন হয়, উপ-মুখ্যমন্ত্ৰী হোৱাৰ পিছত একনাথ সিন্দেৰ দৰমহা কিমান হ্ৰাস পাইছে? আচলতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক ১৯৫৬ চনৰ আইন অনুসৰি দৰমহা আৰু ভাট্টা দিয়া হয়। 

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে মাহে ৩.৪ লাখ টকা দৰমহা হিচাপে পায়। মহাৰাষ্ট্ৰৰ বিধায়কসকলে মাহে ২.৩২ লাখ টকা দৰমহা পায়। মন্ত্ৰীসকলেও একে দৰমহা পায়। ইয়াৰ বাহিৰেও প্ৰতিজন মন্ত্ৰীয়ে (য’ত মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰীকে ধৰি) নিজৰ কাৰ্যকালত আৰু তাৰ লগে লগে ১৫ দিন ভাড়া নিদিয়াকৈ মুম্বাইৰ চৰকাৰী ঘৰত থকাৰ সুবিধা পায়। কিন্তু এতিয়া উপ-মুখ্যমন্ত্ৰী হোৱাৰ পিছত একনাথ শিণ্ডেৰ দৰমহা ১ লাখ ৮ হাজাৰ হ্ৰাস পাইছে।

একে সময়তে যদি আমি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ কথা কওঁ, দৰমহাৰ বাহিৰেও তেওঁ বহু ধৰণৰ ভাট্টা আৰু সুবিধাও পায়। মুখ্যমন্ত্ৰীয়ে বছৰি  ১০ লাখ টকাৰ অফিচিয়েল খৰচৰ ভাট্টা পায়। ইয়াৰ বাহিৰেও তেওঁৰ সহায়কে প্ৰতিমাহে ২৫ হাজাৰ টকা পায় আৰু লগতে আন বহু ধৰণৰ ভাট্টাও পায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ